You don't have javascript enabled. Please Enabled javascript for better performance.

পাচলিৰ খেতিৰে সফল যাত্ৰা নগাঁৱৰ আনোৱাৰ হুছেইনৰ

Start Date: 12-10-2018
End Date: 12-10-2018
কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বনৰ এক নতুন পথ দেখুওৱা এগৰাকী যুৱ কৃষক হৈছে নগাওঁ জিলাৰ আনোৱাৰ হুছেইন। পৰম্পৰাগত ধানখেতিৰ উপৰিও পাচলিৰ খেতিত বিশেষ গুৰুত্ব দিয়া আনোৱাৰ হুছেইনে এক বৃহৎ পৰিসৰত নেমুটেঙা, আলু, বেঙেনাকে ধৰি বিভিন্ন পাচলিৰ খেতিৰে অঞ্চলটোৰ এগৰাকী আদৰ্শ যুৱ কৃষক হিচাবে প্ৰতিষ্ঠিত হৈছে। কিছুমাহৰ পূৰ্বে অসম চৰকাৰৰ উদ্যোগত অসমৰ ১৫ গৰাকী কৃষকৰ ভিয়েটনাম ভ্ৰমণ কাৰ্যসূচীৰ এগৰাকী অন্যতম সদস্য আছিল আনোৱাৰ হুছেইন। আনোৱাৰ হুছেইনে তেওঁৰ কৃষিকৰ্মৰ বিষয়ে ‘মাই গভ্ অসম’ৰ আগত ব্যক্ত কৰিছিল কিছু কথা।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে