You don't have javascript enabled. Please Enabled javascript for better performance.

তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত আদৰ্শৰ বাট দেখুৱাইছে পংকজ গগৈয়ে

Start Date: 04-01-2019
End Date: 01-01-2022
তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনত ন ন চিন্তাধাৰাৰে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে গুৱাহাটী নিবাসী পংকজ গগৈ। শ্ৰীযুত গগৈয়ে ডিজিটেল মাধ্যমেৰে বিভিন্ন অনলাইন সেৱা যোগে জনসাধাৰণক উপকৃত কৰাৰ লগতে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী নৱপ্ৰজন্মৰ বহু যুৱক-যুৱতীক একত্ৰিত কৰি অনুপ্ৰেৰণা যোগোৱাৰ লগতে তেওঁলোকৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । উন্নত প্ৰযুক্তিৰে অসমৰ সামাজিক, অৰ্থনৈতিক আদি বিভিন্ন দিশত ন ন আঁচনিৰে অৱদান আগবঢ়োৱাৰ প্ৰচেষ্টা অব্যাহত ৰখা পংকজ গগৈৰ বিষয়ে কিছু কথাৰ গম লওঁ আহক।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
3 তথ্য পোৱা গ’ল