You don't have javascript enabled. Please Enabled javascript for better performance.

ড্ৰাগছ আসক্তিৰ ক্ষেত্ৰত কাউঞ্চেলিঙৰ ভূমিকা

Start Date: 26-06-2020
End Date: 30-06-2023
ড্ৰাগছৰ প্ৰতি আসক্তি বিশ্বজুৰি এক ভয়ংকৰ সামাজিক ব্যাধি হিচাবে পৰিগণিত হৈছে। যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰা এই ড্ৰাগছ আসক্তিয়ে বহুতৰে ভৱিষ্যৎ ধ্বংসৰ দিশলৈ আগবঢ়াই নিছে। কিন্তু উপযুক্ত কাউঞ্চেলিঙৰ দ্বাৰা এই আসক্তি আঁতৰ কৰিব পাৰি। ড্ৰাগছ আসক্তিৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে আগভাগ লৈ থকা ছব্ৰেইটি ফাউণ্ডেচনৰ প্ৰকল্প সঞ্চালক সীমান্ত দাসে আগবঢ়াইছে কিছু গুৰুত্বপূৰ্ণ তথ্য
সকলো মন্তব্য
আলাপ আলোচনা
Reset
2 তথ্য পোৱা গ’ল
48780

Jayanta Topadar 1 সপ্তাহ 2 দিন পূৰ্বে

निस्संदेह युवा पीढ़ी को मादक द्रव्यों से होनेवाली दैहिक एवं मानसिक तनाव एवं अशांति का एहसास होना चाहिए।

48780

Jayanta Topadar 1 সপ্তাহ 6 দিন পূৰ্বে

I do agree with you, Sir Simanta! Indeed DRUG ADDICTION is a bane to childhood freedom. It is a loss for the nation. It is a bad business with innocent lives. Your words are very true and inspiring! A fruitful initiative!!! Kudos to your endeavour to help the ill-fated drug addicts !!!