You don't have javascript enabled. Please Enabled javascript for better performance.

চৰকাৰৰ প্ৰচেষ্টাত ভূমিহীন খিলঞ্জীয়া পৰিয়াললৈ ভূমি পট্টা

Start Date: 05-10-2020
End Date: 31-10-2023
ৰাজ্যৰ ভূমিহীন খিলঞ্জীয়া পৰিয়াললৈ ভূমি পট্টা প্ৰদানেৰে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে খিলঞ্জীয়া লোকসকললৈ আগবঢ়াইছে উপযুক্ত মৰ্যাদা ৷ চৰকাৰৰ প্ৰচেষ্টাত ভূমিহীন খিলঞ্জীয়া পৰিয়ালসমূহে নিজে বসবাস কৰা ঠাইখিনিত নিজৰ অধিকাৰ সুনিশ্চিত হ'ল ৷
সকলো মন্তব্য
আলাপ আলোচনা
Reset
2 তথ্য পোৱা গ’ল
24600

Jyotiska boruah 1 month 1 সপ্তাহ পূৰ্বে

অসমৰ বহু খিলঞ্জীয়া জাতি জনগোষ্ঠী এই অধিকাৰৰ ক্ষেত্ৰত এতিয়াও বহু পৰিমানে বঞ্চিত হৈ আছে ৷ অসমৰ খিলঞ্জীয়া লোকসকলকহে ভূমি অধিকাৰ দিয়া আইন প্ৰণয়ণ কৰিলে অসমৰ খিলঞ্জীয়া লোকসকল চৰকাৰ খনৰ পৰা বহু উপকৃত হৱ ৷