You don't have javascript enabled. Please Enabled javascript for better performance.

চৰকাৰী সহযোগিতাত কৃষিকৰ্মৰে উজলিছে ইলিয়াছ আলী

Start Date: 08-03-2019
End Date: 31-03-2022
চৰকাৰী সাহায্যৰ দ্বাৰা বিশেষভাৱে উপকৃত হৈ কৃষিকৰ্মৰ যোগেদি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ কৃষক ইলিয়াছ আলী। কৃষি বিভাগে যোগান ধৰা পুলি, বীজ, সাৰ আদিৰে কেইবা বিঘা কৃষিভূমিত ষ্ট্ৰবেৰী খেতি কৰি স্বাৱলম্বনৰ বাট মোকলাই ল’বলৈ সক্ষম হৈছে কৃষকগৰাকী। নিজকে ষ্ট্ৰবেৰী খেতিত নিয়োজিত কৰি আৰ্থিকভাৱে লাভাম্বিত হোৱা ইলিয়াছ আলীয়ে ষ্ট্ৰবেৰীৰ উপৰিও ফুলকবি, জলকীয়া আদিৰ খেতিতো মনোনিৱেশ কৰিছে। নিজৰ প্ৰচেষ্টা আাৰু পৰিশ্ৰমৰ দ্বাৰা কৃষিকৰ্মত নিজকে নিয়োগ কৰি অঞ্চলটোৰ যুৱপ্ৰজন্মক ইলিয়াছ আলীয়ে দেখুওৱাইছে আদৰ্শৰ বাট।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
7 তথ্য পোৱা গ’ল
300

Hemen Ramchiary 4 বছৰ 11 হিচাপপূৰ্বে

আপোনাৰ ভিডিঅ চালো। বহুত ঙাল লাগিল। বতৰ্মানৰ সমাজত অৰ্গেনিক পদ্ধতিৰে কৰিলে আৰু লাভবান হব। আশা কৰিছো নিশ্চয় ৰাইজে আকৱালি লব।

52740

Ramayan Mahto 4 বছৰ 11 হিচাপপূৰ্বে

Rastriyajanlaxmibusinesscompoundparivar MSME-UAM No BR11D00 41042. MyGov share referral code WXRSR6 Rule- all new-new technical science of project work management and Engineering practical experience training course and service plesment work website- www.rmrjlbcp.in under Employment Activities/ activities of Employment placement agencies/services . primary seller/service provider RAMAYAN MAHTO and KANTI DEVI partner address - olha. madhubani East Champaran Bihar pin code 845417