You don't have javascript enabled. Please Enabled javascript for better performance.

কৃষিকৰ্মৰে উজলিছে দিগদাৰী গাঁও

Start Date: 04-01-2021
End Date: 31-01-2024
বঙাইগাঁও জিলাৰ দিগদাৰী গাঁৱলৈ কৃষিকৰ্মই আনিছে স্বাৱলম্বিতা ৷ ভাৰতীয় কিষাণ সংঘৰ উদ্যোগত খেতি বাতি কৰি গাঁওখনৰ ৰাইজে জীৱিকাৰ বাট মোকলাই ল'বলৈ সক্ষম হৈছে ৷ স্থানীয় কৃষকসকলে ধান, মাকৈ, মূলাকে ধৰি কেইবাবিধো শাক-পাচলিৰ উৎপাদন বৃদ্ধিৰে গাঁওখনকো আৰ্থিকভাৱে আগৰণুৱা কৰি তুলিছে ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
3 তথ্য পোৱা গ’ল