You don't have javascript enabled. Please Enabled javascript for better performance.

কষ্ট, অধ্যৱসায় আৰু পৰিশ্ৰমৰ অইন এক নাম - লাকুৱাৰ তিলেশ্বৰ সন্দিকৈ

Start Date: 26-10-2018
End Date: 31-10-2021
শিৱসাগৰ জিলাৰ লাকুৱা নিবাসী এগৰাকী কৰ্মঠ কৃষক তিলেশ্বৰ সন্দিকৈ। নিজৰ কষ্ট, অধ্যৱসায়, পৰিশ্ৰম আৰু অসীম কষ্টৰ মাজেৰে নিজকে এগৰাকী সফল ব্যক্তি হিচবে প্ৰতিষ্ঠা কৰা তিলেশ্বৰ সন্দিকৈৰ এই সফল যাত্ৰা সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস। স্বাৱলম্বিতাৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰি নতুন প্ৰজন্মক কৰ্মৰ জৰিয়তে উদ্বুদ্ধ কৰি তোলা তিলেশ্বৰ সন্দিকৈৰ এই যাত্ৰাৰ বিষয়ে কিছু কথা জানো আহক।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল

JAYANTA TOPADAR 6 বছৰ 1 monthপূৰ্বে

अपनी अद्भुत चिंता शक्ति से आप अपनी अर्थनैतिक अवस्था को उन्नत कर इस समाज को एक नई दिशा दे रहे हैं। निस्संदेह खेती करना लाभदायक है!