You don't have javascript enabled. Please Enabled javascript for better performance.

INDIA

Share how yoga changed your life
আলোচনা

বৰ্তমানৰ ব্যস্ত জীৱনশৈলীত শাৰীৰিক আৰু ...

কাৰ্য

থলুৱা খাদ্য সম্ভাৰত অতিকৈ চহকী ...

সমাপ্তি

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ বিভিন্ন সংস্কাৰমূলক ঘোষণা

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ সংক্ৰমণৰ ফলত দেশৰ অৰ্থনীতত এক জটিল প্ৰভাৱ পেলাইছে। এই জটিল সময়তে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক আশ্বস্ত কৰি ঘোষণা কৰিছে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ এক অভিলাষী পৰিকল্পনা। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ ১০% ৰ সমানকৈ ২০ লাখ কোটি টকাৰ বিশেষ আৰ্থিক পেকেজৰ ঘোষণাই দেশৰ অৰ্থনীতি পুনৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ কৰিছে। দেশৰ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অলপতে বিভিন্ন ক্ষেত্ৰত এই বিশেষ আৰ্থিক পেকেজৰ বিভিন্ন দিশসমূহ ধাৰাবাহিক সংবাদমেলযোগে ফঁহিয়াই দাঙি ধৰে।

পোষ্ট তাৰিখ : 26 May 2020
Bharatiya Kisan Sangha || Making difference at grassroots
আলোচনা

ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশজুৰি ...

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ...

আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে ৰাজ্যৰ চাহ ...

Pages

Subscribe to RSS - INDIA