You don't have javascript enabled. Please Enabled javascript for better performance.

অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত

অসম চৰকাৰ অধীনস্থ অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত হ’ল ২০০৯ চনৰ ২৩ অক্টোবৰ তাৰিখৰ পৰা কাৰ্যক্ষম হোৱা এটা ৰাজহুৱা লিমিটেড কোম্পানী। এই কোম্পানীৰ দ্বাৰা অসম তথা অসমৰ বাহিৰলৈ বিদ্যুৎ বিতৰণ, বিপণন আৰু যোগান ধৰা হয়।

অসম শক্তি বিতৰণ কোম্পানী বৰ্তমান ইয়াৰ বিভিন্ন উন্নয়নমূলক লক্ষ্য যেনে, কৃষি আৰু উদ্যোগখণ্ডত বিদ্যুৎ যোগান, গ্ৰাম্যাঞ্চল আৰু নগৰীয়া অঞ্চলৰ বাসগৃহত বিদ্যুৎ যোগান আৰু আন্ত: সম্পদ উৎপাদনেৰে বিভিন্ন প্ৰযুক্তিগত বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে।