You don't have javascript enabled. Please Enabled javascript for better performance.

Suggest Ways to Improve the Quality of Education in the State

Education, one of the crucial pillars, immensely contributes towards overall development of a state. Government of Assam has been according topmost priority to the education sector ...

See details Hide details

Education, one of the crucial pillars, immensely contributes towards overall development of a state. Government of Assam has been according topmost priority to the education sector for bringing a positive change in the state. Initiatives are already being taken to make the education system more student friendly and easily accessible by all sections of the society. In order to boost the current education scenario of the state, suggestions from the citizens of Assam are of utmost importance.
You can give your valuable feedback through “MyGov Assam” and help the Government for imparting quality & better education in the state.

All Comments
Reset
10 Record(s) Found
Krishajit Baruah's picture

Krishajit Baruah 7 hours 5 min ago

সরকারী চাইতে বেসরকারী বিদ্যালয়ের প্রতি জনসাধারন আকৃষ্ট হওয়ার অনেক কারণ দেখিতে পাওয়া যায় সেই সকল সুবিধার ভিতর সৌচালয় ও পরিস্কার পরিছন্নতা,আসবাব পত্র,এবং পোসাক নিয়মিত যোগানের অভাব ও সঙ্গে যাতায়াত ব্যবস্তা উন্নতি সাধন করা বাঞ্চনীয় ।

Hirak Jyoti Nath 18 hours 37 min ago

sir 2013 চনত recongnise কৰা U.P school বোৰৰ 6 ম স্হানৰ founder teacher সকলৰ পদবোৰ dropp/leftout হিচাপে ধৰা হল৷ যাৰ ববে সেই teacher সকলৰ পনীত হাহ নচৰা অৱস্হা হৈঠে ৷ মাতি সম্প্ৰতি বেচি ঘৰ চলাইচে,DIET ৰ training কৰিচে ৷ আজি 30 টা বচৰে তেওঁলোকৰ একো নহল ৷ অপুনি TET ৰ appointment কমকৈ দি হলেউ জীৱনৰ আধা সময় পাৰ কৰা 1130 টা post reconise কৰে যেন ৷ জীৱনৰ বিয়লি বেলাত আপুনি হাহি বিৰিঙাই যেন ৷ interest ত পইচা লৈ কেনেকৈ তেওঁলোকে ঘৰ চলাব ৷

Mahaveer teli 1 week 5 days ago

hum education ko kese improve Kr skte h eske liye 2 leval pr work krna hoga 1. Jb children age hoti h tb unko achi activities learn krvakr 2...jb school going child hote h unko 5 class se heee competition ki preparation krvaye. Or sath mai skil development ka bhi taki rojgar mil ske....

Harshit Jain 2 weeks 22 hours ago

students should be given two type of study material,one that is a must to learn & other is, a variety of subjects,the student can learn on its own,can get help from their learning institutions,with that study they should innovate something useful,and that's how they clear their class.
each year they won't waste in spoonfeeding or rot learning,while they will try to innovate something,they will share problems, they will learn to think,communicate,and ultimately one can do something revolutionary

Bhaskar jyoti Mahanta 2 weeks 2 days ago

চৰকাৰী বিদ্যালয়ৰ লগত সমাজখনক কেনেকৈ জড়িত কৰিব পাৰি , সেই বিষয়ে বিভাগে চিন্তা কৰা উচিত । বিদ্যালয় পৰিচালনা সমিতিবোৰেও বিশেষ সক্ৰিয় ভূমিকা লোৱা দেখা নাযায় । সমাজৰ অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ তেওঁলোকক দায়বদ্ধ কৰিব লাগিব । অঞ্চলৰ শিক্ষিত যুৱসমাজক বিদ্যালয়ত সেৱা আগবঢ়াব পৰাকৈ আগ্ৰহী কৰিব লাগিব । প্ৰয়োজন হ'লে তেওঁলোকক এখন মানপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব পাৰি , যি তেওঁলোকক ভৱিষ্যতে চাকৰি বা নামভৰ্ত্তিত সহায় কৰিব । এটা সময়ত সমাজখনে অভিভাৱকৰ দায়িত্বৰে বিদ্যালয়খন নিজৰ অনুষ্ঠান হিচাপে গঢ় দিছিল আৰু দায়িত্ব লৈছিল ।

Bhaskar jyoti Mahanta 2 weeks 2 days ago

১/ চৰকাৰী বিদ্যালয়ৰ প্ৰতি সমাজৰ আস্থা পুনৰ ঘূৰাই আনিব পৰাটোৱেই শিক্ষকসমাজৰ প্ৰথম প্ৰত্যাহ্বান । ইংৰাজী ভাষাৰ প্ৰতি দুৰ্বলতা , চাকচমকতা পূৰ্ণ বিশাল আন্ত:গাঠনি , দক্ষ আৰু পৰ্যাপ্ত শিক্ষক , বাছেৰে অনা-নিয়াৰ ব্যৱস্থা, অভিভাৱকৰ লগত যোগাযোগ , তীব্ৰ প্ৰতিযোগিতামূলক পৰিৱেশৰ বাবে স্বাভাৱিকতে সমাজখনে ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি আগ্ৰহী হয় । ইয়াৰ বিপৰীতে চৰকাৰী মাধ্যমৰ শিক্ষকৰ বাবে চাকৰিটো জীৱিকা নিৰ্বাহৰ এটা উপায়হে মাত্ৰ । অভিভাৱকৰ সচেতনতা নাথাকিলে তেওঁলোকৰ পৰা বিশেষ পাৰদৰ্শিতা আশা কৰিব নোৱাৰি ।

Dipankar Das 2 weeks 2 days ago

At first we have to improve our infrastructure of schools by providing basic amneties then students are willing to come to school.

Bhaskar jyoti Mahanta 2 weeks 2 days ago

প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাৰ মূল সমস্যাবোৰ হ'ল
১/ চৰকাৰী বিদ্যালয়ৰ প্ৰতি সমাজৰ অনীহা আৰু বিশ্বাসহীনতা
২/দুৰ্নীতি
৩/তৃণমূল পৰ্যায়ৰ সৈতে শৈক্ষিক নীতি প্ৰস্তুত কৰা সকলৰ সমন্বয়হীনতা
৪/পদোন্নতি বা পুৰষ্কাৰৰ অভাৱৰ বাবে শিক্ষকে নতুন কিবা এটা কৰাৰ মনোভাৱৰ অভাৱ
৫/ বৈচিত্ৰ্যহীন আৰু গতানুগতিক কৰ্মৰ বাবে অৱসাদ
৬/ যোগাত্মক মনোবৃত্তিৰ অভাৱ
৭/ বৃত্তিগত তথা দেশসেৱাৰ মনোভাৱৰ অভাৱ
৮/ অনুপযুক্ত প্ৰশিক্ষণ ।
৯/ শ্ৰেণী অনুযায়ী শিক্ষকৰ নোহোৱাৰ সমস্যা
১০/ প্ৰতিযোগিতামূলক মনোবৃত্তিৰ অভাৱ
১১/ ৰাজনীতিৰ মেৰপেচ

Nitu deep Deka 2 weeks 3 days ago

Sir, we are secondary TET (BTC/NCHAC)2017 qualified candidate conducted by RMSA Assam. Almost one year ago we passed the said TET but till today there is no initiative for appointing us. Only 358 candidate qualified that said TET. Director of education BTC issued an advertisement for appointing high school teacher in BTAD area of Assam in 06/08/2017. But there is no clearance about vacant post lying in BTAD area's high school.Director of education/BTC said that there is approx 800 lying vacant.