You don't have javascript enabled. Please Enabled javascript for better performance.

সপোনৰ অসম ২০১৮ – আগন্তুক বৰ্ষত এখন নতুন অসমৰ বাবে পাঁচটা পৰামৰ্শ

Start Date: 21-12-2017
End Date: 15-01-2018

২০১৭ চন সমাপ্তিৰ দিশেত আগবাঢ়িছে। সময় এতিয়া পুৰণিক বিদায় দি এক ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

২০১৭ চন সমাপ্তিৰ দিশেত আগবাঢ়িছে। সময় এতিয়া পুৰণিক বিদায় দি এক ধনাত্মক দৃষ্টিভংগীৰে নতুনক আদৰাৰ। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱৰ নেতৃত্বত বহু ধণাত্মক পৰিৱৰ্তনৰ দিশ স্বাক্ষৰিত হৈছে।
দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতিয়েই হওঁক অথবা অসমক দেশৰ ভিতৰত ক্ৰীড়াৰ এক কেন্দ্ৰবিন্দু হিচাবে গঢ়ি তোলা, অসমক দেশৰ ভিতৰতে এক জাকতজিলিকা দেশ হিচাবে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে অহৰ্নিশে কাম কৰি আছে।

অসমক ২০১৮ চনত কেনেদৰে এখন জাকতজিলিকা ৰাজ্য হিচাবে গঢ়ি তুলিব পাৰি সেই বিষয়ে মাই গভ অসমে জনসাধাৰণৰ পৰা ৫ টা ধাৰণাৰ আহ্বান কৰিছে, এখন ‘সপোনৰ অসম’ৰ বাবে।

সকলো মন্তব্য
Reset
77 তথ্য পোৱা গ’ল

Gautam Deka 8 বছৰ 4 হিচাপপূৰ্বে

There are frequent power cuts in gaon panchayats in assam sometimes without any reason isnt that possible to stop them and inform gaon panchayats before such power cuts in our villages there are many small industries where some important works has also been carrried. This is one my vision for rural assam.Prevent frequent power cuts without any reason.

Ikramul Hossain 8 বছৰ 4 হিচাপপূৰ্বে

1. All the citizen of Assam Should have Adhar card.
2. Immigrant problem should be solved.
3. Electricity and Road condition should be better.
4. Online certification (income,Birth, Cast certificate etc)should work properly via eDistrict---- SEBA and AHSEC marksheet should link to Digilocker---- Overall Online/digital services should be better
5. Every city/Town should be managed properly and keep clean.