You don't have javascript enabled. Please Enabled javascript for better performance.

শিক্ষাগুৰুৰ সৈতে কিছু মধুৰ নষ্টালজিক মুহূৰ্ত

আমাৰ জীৱনত শিক্ষাগুৰুসকলৰ অৱদান অপৰিসীম। সৰুৰে পৰা শিক্ষা ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আমাৰ জীৱনত শিক্ষাগুৰুসকলৰ অৱদান অপৰিসীম। সৰুৰে পৰা শিক্ষা প্ৰদানেৰে সমাজত এগৰাকী সু-নাগৰিক হিচাবে গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষাগুৰুসকলৰ অৱদান অনস্বীকাৰ্য। আমাৰ সকলোৰে স্কুলীয়া জীৱনৰ সৈতে জড়িত হৈ আছে বহু মধুৰ মুহূৰ্ত। এই মুহূৰ্তবোৰৰ সৈতে হয়তো সাঙোৰ খাই আছে আপোনাৰ প্ৰিয় শিক্ষাগুৰুসকলৰ নাম। কিছুমান স্মৃতি পাহৰণিৰ গৰ্ভত লীন হৈছে, কিন্তু কিছুমান অবিস্মৰণীয় মুহূৰ্ত এতিয়াও আমি কঢ়িয়াই লৈ ফুৰিছো আমাৰ জীৱনযাত্ৰাত।

এনে কিছু মধুৰ স্মৃতি আমাৰ সৈতে শ্বেয়াৰ কৰক, যিয়ে আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। শিক্ষক দিৱসৰ দিনা ই হ’ব আপোনাৰ প্ৰিয় শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধাভৰা সোঁৱৰণ।

আপোনাৰ অনুভৱ আমালৈ প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য আকাৰে।

সকলো মন্তব্য
মুঠ অৱদান ( 5) অনুমোদিত অৱদানসমূহ (5) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
1 তথ্য পোৱা গ’ল
1350

Bijit choudhury 1 সপ্তাহ 6 দিন পূৰ্বে

গুৰু ব্ৰহ্মাঃ গুৰু বিষ্ণুঃ গুৰু গুৰুৰ্দেৱ মহেশ্বৰঃঃ৷
গুৰু সাক্ষাত পৰম ব্ৰহ্ম৷৷
তস্মৈ শ্ৰী গুৰুৱে নমঃ
আজি মোৰ দৰে ছাত্ৰ এজনে যদি কিবা শিকিবলৈ পাৰিছো
সেয়া কেবল মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ বাবেহে সম্ভৱ
হে মহান গুৰুসকল গোটেই জীৱন জুৰি যেন আপোনালোকৰ
চৰণযুগল স্পৰ্শকৰাৰ সুযোগ পাই থাকো
মোৰ অতিকৈ শ্ৰদ্ধাৰ সকলো শিক্ষককে আন্তৰিক শুভেচ্ছা যাচিলো