You don't have javascript enabled. Please Enabled javascript for better performance.

Strike the Balance for a Better Society

Start Date: 01-03-2019
End Date: 15-03-2019

সাম্প্ৰতিক সময়ত আমাৰ সমাজখন অৰ্থনৈতিক, ৰাজনৈতিক আদি বিভিন্ন দিশত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

সাম্প্ৰতিক সময়ত আমাৰ সমাজখন অৰ্থনৈতিক, ৰাজনৈতিক আদি বিভিন্ন দিশত দোপতদোপে
আগুৱাই যোৱাৰ পাছতো পুৰুষ মহিলাৰ মাজত থকা বৈষম্যই বিভিন্ন ক্ষেত্ৰত নাৰীৰ মৰ্যাদা লাঘৱ
কৰি অহা পৰিলক্ষিত হয়। এই বৈষম্যৰ ফলত আমাৰ সমাজৰ বহু নাৰী বিভিন্ন ক্ষেত্ৰত
চূড়ান্তভাৱে অৱহেলিত হ’বলগীয়া হয়। লিংগ বৈষম্যই নাৰীৰ অধিকাৰ, সুৰক্ষা আদিৰ ক্ষেত্ৰতো
বিৰূপ প্ৰভাৱ পেলাই আহিছে। বিভিন্ন ঠাইত লিংগভিত্তিক অপৰাধ সংঘটিত হৈছে। বৰ্তমানৰ
শিক্ষিত সমাজত লিংগ বৈষম্য দূৰীকৰণৰ বাবে বিভিন্ন সময়ত বিভিন্ন প্ৰচেষ্টা হাতত লোৱা
হৈছে যদিও আমাৰ সমাজৰ এচাম লোকৰ মানসিকতা সলনি হোৱা নাই।
অহা ৮ মাৰ্চ, আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ‘জনতাৰ চৰকাৰ মাই গভ অসমে’ পুৰুষ মহিলাৰ
মাজত সমতা স্থাপন তথা সমাজৰ পৰা লিংগ বৈষম্য দূৰ কৰাৰ ক্ষেত্ৰত ৰাইজৰ পৰা পৰামৰ্শ
বিচাৰিছে।
২০০ টা শব্দৰ ভিতৰত পৰামৰ্শ লিখি প্ৰেৰণ কৰিব লাগিব।
শ্ৰেষ্ঠ পৰামৰ্শটো ‘জনতাৰ চৰকাৰ মাই গভ অসম’ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত প্ৰেৰণ
কৰোঁতাৰ ফ’টোসহ প্ৰকাশ কৰা হ’ব।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
702420

Ramakrishna Lakshmanan 5 বছৰ 1 monthপূৰ্বে

Gender equality can be ensured only by inculcating human values, ethics, morality, etc.right from the age of 12 and above when
the innocence of childhood starts waning and slowly vanishing. Parents, teachers, older siblings must be proactive and start the process of inculcating values of gender equality when the child reaches the above mentioned age. Efforts should be made to educate the child about the need for mutual co-existence without having any discrimination, prejudice, etc.