You don't have javascript enabled. Please Enabled javascript for better performance.

Dibakar Roy: An Agent of Change in Agriculture

Start Date: 22-11-2018
End Date: 30-11-2021
কোকৰাঝাৰ জিলাৰ গোঁসাইগাৱৰ কৃষক দিবাকৰ ৰায়। যোৱা প্ৰায় ১৫ বছৰ ধৰি কৃষিকৰ্মৰ লগত ব্যস্ত থাকি দিবাকৰ ৰায় বৰ্তমান এগৰাকী অগ্ৰণী কৃষক হিচাবে পৰিগণিত হৈছে। ধানকে ধৰি বিভিন্ন পাচলি আৰু মাকৈৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা কৃষক গৰাকীয়ে কৃষিক এক লাভজনক ব্যৱসায়লৈ ৰূপান্তৰ কৰিছে। কিছু মাহ পূৰ্বে অসম চৰকাৰৰ উদ্যোগত ভিয়েটনাম ভ্ৰমণ কৰা পোন্ধৰ জনীয়া কৃষকৰ দলটোৰ অন্যতম সদস্য আছিল দিবাকৰ ৰায়।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল