You don't have javascript enabled. Please Enabled javascript for better performance.

Suggest us Sustainable Alternatives to Beat Plastic Pollution

Start Date: 21-05-2018
End Date: 05-06-2019

প্লাষ্টিকৰ ব্যৱহাৰে আমাৰ জলাশয়, জলজ প্ৰাণী আদিৰ ক্ষেত্ৰত প্ৰতিকূল ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্লাষ্টিকৰ ব্যৱহাৰে আমাৰ জলাশয়, জলজ প্ৰাণী আদিৰ ক্ষেত্ৰত প্ৰতিকূল প্ৰভাৱ পেলোৱাৰ লগতে আমাৰ স্বাস্থ্যৰ প্ৰতিও গভীৰ ভাবুকি কঢ়িয়াই আনিছে। প্লাষ্টিকজাত সামগ্ৰী কেতিয়াও মাটিৰ লগত মিহলি হৈ নাযায় বৰং মাটি প্ৰদূষণৰহে সৃষ্টি কৰে। প্লাষ্টিক প্ৰদূষণৰ ভয়াৱহতাই প্ৰকৃতিৰ ভাৰসাম্যতা বিনষ্ট কৰি আহিছে।
পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতি বছৰে ৫ জুন তাৰিখে সমগ্ৰ বিশ্বজুৰি ‘ বিশ্ব পৰিৱেশ দিৱস’ পালন কৰা হয়। এই বছৰৰ ‘বিশ্ব পৰিৱেশ দিৱস’ ৰ আয়োজক দেশ হৈছে ভাৰতবৰ্ষ। ‘প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰোঁ আহক’ এই মূলমন্ত্ৰটো সফল কৰাৰ লক্ষ্যৰে এইবাৰৰ ‘বিশ্ব পৰিৱেশ দিৱস’ৰ আয়োজন কৰা হৈছে। আহক এইবাৰৰ এই বিশেষ দিনটোত আমি সকলো একত্ৰিত হওঁ আৰু প্লাষ্টিক বৰ্জন কৰি প্লাষ্টিকৰ বিকল্প হিচাপে আন যিকোনো পচনশীল সামগ্ৰী ব্যৱহাৰৰ অভ্যাস গঢ়ি তোলাৰ সংকল্প লওঁ।

প্লাষ্টিক প্ৰদূষণৰ ভয়াবহতা ৰোধ কৰাৰ ক্ষেত্ৰত জনতাৰ চৰকাৰ MyGov Assam য়ে জনতাৰ পৰা সৃজনীশীল পৰামৰ্শ বিচাৰিছে।
পৰামৰ্শ প্ৰেৰণ কৰিবলৈ MyGov Assam ত লগ অন কৰক।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
480

Bijoy Mazumder 5 বছৰ 10 হিচাপপূৰ্বে

A few steps may reduce pollution created by plastic items 1) Use of paper bag instead of polythene bags 2) Create awareness amongst common people to avoid plastic bags etc. 3) Since it will be difficult to ban the plastic producing industries, so awareness programme will help in minimizing of use of plastics bags etc.