You don't have javascript enabled. Please Enabled javascript for better performance.

Suggest Ways to Improve the Quality of Education in the State

Start Date: 02-05-2018
End Date: 31-05-2018

সমাজৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাবে এখন ৰাজ্যৰ বিকাশত শিক্ষাৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

সমাজৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাবে এখন ৰাজ্যৰ বিকাশত শিক্ষাৰ গুৰুত্ব সৰ্বাধিক। অসম চৰকাৰে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দি আহিছে, যিয়ে ৰাজ্যখনক এখন দেশৰ ভিতৰতে জাকত-জিলিকা কৰি তুলিব পাৰে। শিক্ষাক সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সহজলভ্য কৰি তুলিবৰ বাবে বহু আঁচনি হাতত লৈছে। অসমৰ শিক্ষাখণ্ডক অধিক প্ৰসাৰিত কৰিবলৈ অসমৰ জনসাধাৰণৰ দিহা-পৰামৰ্শ সদায়েই জৰুৰী।

শিক্ষাক অধিক উন্নত মানদণ্ডৰ কৰি তুলিবৰ বাবে মাই গভ্ অসমে অসমৰ জনসাধাৰণৰ পৰা পৰামৰ্শ আৰু মতামত বিচাৰিছে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
15280

Bhaskar jyoti Mahanta 5 বছৰ 10 হিচাপপূৰ্বে

১/ চৰকাৰী বিদ্যালয়ৰ প্ৰতি সমাজৰ আস্থা পুনৰ ঘূৰাই আনিব পৰাটোৱেই শিক্ষকসমাজৰ প্ৰথম প্ৰত্যাহ্বান । ইংৰাজী ভাষাৰ প্ৰতি দুৰ্বলতা , চাকচমকতা পূৰ্ণ বিশাল আন্ত:গাঠনি , দক্ষ আৰু পৰ্যাপ্ত শিক্ষক , বাছেৰে অনা-নিয়াৰ ব্যৱস্থা, অভিভাৱকৰ লগত যোগাযোগ , তীব্ৰ প্ৰতিযোগিতামূলক পৰিৱেশৰ বাবে স্বাভাৱিকতে সমাজখনে ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি আগ্ৰহী হয় । ইয়াৰ বিপৰীতে চৰকাৰী মাধ্যমৰ শিক্ষকৰ বাবে চাকৰিটো জীৱিকা নিৰ্বাহৰ এটা উপায়হে মাত্ৰ । অভিভাৱকৰ সচেতনতা নাথাকিলে তেওঁলোকৰ পৰা বিশেষ পাৰদৰ্শিতা আশা কৰিব নোৱাৰি ।