You don't have javascript enabled. Please Enabled javascript for better performance.

Our City Our Responsibility

Start Date: 17-03-2018
End Date: 01-03-2019

স্বচ্ছ ভাৰত মিছন (নগৰাঞ্চল)-য়ে ৰাজ্যখনৰ নগৰীয়া অঞ্চলসমূহ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

স্বচ্ছ ভাৰত মিছন (নগৰাঞ্চল)-য়ে ৰাজ্যখনৰ নগৰীয়া অঞ্চলসমূহ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। এই বিভিন্ন উদ্যোগ সমূহৰ ভিতৰতে স্বচ্ছ ভাৰত মিছন (নগৰাঞ্চল)-য়ে ‘মাই গভ্‍ অসম’ৰ সহযোগত চাফ-চিকুণতাত জনসাধাৰণৰ যোগদান নিশ্চিত কৰাৰ বাবে এক বিশেষ পদক্ষেপ হাতত লৈছে। কোনো লোকে ৰাজহুৱা স্থানত থু-পিক্‍ পেলাই অথবা আৱৰ্জনা পেলাই লেতেৰা কৰিলে এগৰাকী সচেতন নাগৰিক হিচাবে আপোনাক তেনে লোকৰ ফটো অথবা ভিডিঅ’ মাই গভ্‍ অসমলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হ’ল।

প্ৰেৰকৰ পৰিচয় গোপনে ৰখা হ’ব আৰু উপযুক্ত প্ৰেৰকক পুৰষ্কাৰ প্ৰদান কৰা হ’ব।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
18900

Harish dol borah 6 বছৰ 1 সপ্তাহ পূৰ্বে

there be proper planning for newly constructed cities. or the older cities should be re planned.
public toilets should be availabe at bus stops and public places. students should be taught to use dust bin specially by parents. and mainly dust bin should be available at every shop. there should charges for littering around.