You don't have javascript enabled. Please Enabled javascript for better performance.

Atal Amrit Abhiyan - A Success Story

Start Date: 27-12-2017
End Date: 31-12-2018
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাজোবাসী ৰাইজক উদ্দেশ্যি সম্বোধন
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল
300

Gautama Roy 6 বছৰ 6 দিন পূৰ্বে

অটল অমৃত অভিযান স্বাস্থ্যখণ্ডত এক বৃহৎ পদক্ষেপ কিন্তু ৰাইজৰ মাজত এতিয়াও সজাগতাৰ অভাৱ হৈ আছে। চৰকাৰক অনুৰোধ জনাও যে এই অভিযান সফল কৰিবলৈ ঘৰে ঘৰে গৈ ইয়াৰ সুফল সমূহ ৰাইজক অৱগত কৰিব লাগিব আৰু সমল ব্যক্তিৰ দ্বাৰা প্ৰচাৰ ও প্ৰসাৰ কৰিব লাগিব অন্যথাই এই কাৰ্ড খন কিছুমান ব্যক্তিৰ বাবে সাঁথৰ হৈ থাকিব।
প্ৰথম বাৰৰ বাবে চৰকাৰক নিজৰ কথা জনাইছোঁ ভুল হলে ক্ষমা কৰিব। ধন্যবাদ। সুবিধাকণ দিয়াৰ বাবে।