You don't have javascript enabled. Please Enabled javascript for better performance.

Role of Women in Developing a Healthy Society

Start Date: 14-02-2018
End Date: 28-02-2019

এখন সৱল সমাজ গঢ়াত নাৰীৰ ভূমিকা অপৰিসীম। বিভিন্ন ক্ষেত্ৰত সামাজিক ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

এখন সৱল সমাজ গঢ়াত নাৰীৰ ভূমিকা অপৰিসীম। বিভিন্ন ক্ষেত্ৰত সামাজিক উন্নয়নৰ দিশত এগৰাকী নাৰীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে। কিন্তু এই ভূমিকা সমূহ বহুক্ষেত্ৰত স্বীকৃতি লাভৰ পৰা বঞ্চিত হয়। এগৰাকী নাৰীৰ কৰ্মক্ষেত্ৰ কেৱল মাথোঁ এখন ঘৰতেই সীমাবদ্ধ হৈ নাথাকে, ৰাজনীতি, শিক্ষা, বিজ্ঞান, ক্ৰীড়া, সংস্কৃতি আদি সকলো দিশতে নাৰীৰ অৱদান অনুকৰণীয়।

৮ মাৰ্চ আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে সমাজ গঢ়াত এগৰাকী নাৰীৰ ভূমিকা সন্দৰ্ভত মাই গভ অসমে জনসাধাৰণৰ পৰা নিজৰ অনুভৱ ব্যক্ত কৰিবৰ বাবে আহ্বান জনাইছে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
8640

Prem Narayan Mahanta 6 বছৰ 1 monthপূৰ্বে

The women empowerment is a major task should be undertaken by the government involving the NGOs with right track of their activities already undertaken in rural Assam. Economic empowerment of women vide Micro Enterprise Development programme for mini trades & industry such as cutting tailoring, handloom etc are feasible corners for unprivileged women in Assam.