বিত্ত বিভাগ, অসম
- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
The Finance Department invites suggestions from public for the forthcoming Assam Budget 2018-19
Start Date: 26-12-2017
End Date: 16-02-2018
অসম চৰকাৰৰ বিত্ত বিভাগে অসম বাজেট ২০১৮-১৯ খন জনসাধাৰণৰ ...
বিতং তথ্য গোপন কৰক
anjan acharya 6 বছৰ 2 হিচাপপূৰ্বে
মদ নিষিদ্ধ কৰক। বিহাৰ ৰাজ্যই যদি সফলতাৰে এই কাম কৰিব পাৰে , আমিনো কিয় নোৱাৰিম ? আমাৰ সমাজত দেখা দিয়া যুৱ অৱনতি , সামাজিক পতন , মানুহৰ স্বাস্থ্যহানিৰ লগতে যান-বাহনৰ দুৰ্ঘটনা আৰু বহু প্ৰাণহানিৰ প্ৰধান কাৰণ হৈছে এই চৰকাৰী অনুজ্ঞা প্ৰাপ্ত দোকানৰ মদ । সেয়েহে এই মদ নিষিদ্ধ কৰি এক সুস্ত আৰু সবল সমাজ গঢ়িবলৈ আমাৰ চৰকাৰক অনুৰোধ জনালোঁ।