You don't have javascript enabled. Please Enabled javascript for better performance.

How The Problem Of Flood & Soil Erosion Can Be Solved Permanently In Assam?

Start Date: 13-09-2017
End Date: 13-10-2017

প্ৰতিবছৰে বাৰিষা কালত হোৱা বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই অসমত বহু ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰতিবছৰে বাৰিষা কালত হোৱা বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই অসমত বহু লোকৰ প্ৰাণহানিৰ লগতে সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়। সহস্ৰাধিক লোক গৃহহাৰা হোৱাৰ লগতে বহু হেক্টৰ খেতিমাটি বানে নষ্ট কৰি অসমৰ আৰ্থ সামাজিক অৱস্থাক কোঙা কৰি তোলে।

এই সমস্যা স্থায়ীভাৱে সমাধান কৰিবলৈ অসম চৰকাৰে এই মাহৰ পৰা আৰম্ভ হোৱাকৈ ব্ৰহ্মপুত্ৰকে ধৰি উপনদী সমূহ আৰু বৰাক নদীৰ খনন কাৰ্য আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰেও ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈ সমুহৰ অধ্যয়নৰ বাবে ১০০ কোটি টকাৰ বাজেট ধাৰ্য কৰিছে।

অসম চৰকাৰে জনসাধাৰণৰ পৰা অসমৰ বান পৰিস্থিতি আৰু গৰাখহনীয়া সমস্যা স্থায়ীভাৱে সমাধান কৰাৰ ক্ষেত্ৰত পৰামৰ্শৰ আহ্বান জনাইছে।

সকলো মন্তব্য