You don't have javascript enabled. Please Enabled javascript for better performance.

Innovative ways to brand Assam Tourism to the prospective tourists

Start Date: 21-06-2017
End Date: 20-07-2017

ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক এখন উল্লেখযোগ্য ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক এখন উল্লেখযোগ্য পৰ্যটন স্থলী হিচাবে গঢ়ি তোলাৰ যথেষ্ট থল আছে। অসম কেৱল প্ৰাকৃতিক ভাৱে অতুলনীয়েই নহয়, অসমৰ আছে এক নিজস্ব সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাগত উৎসৱ পাৰ্বন, খেল ধেমালি আৰু আতিথ্য যিয়ে দেশী – বিদেশী পৰ্যটক সকলক আকৰ্ষিত কৰি আহিছে। এই সকলো সাংস্কৃতিক ঐতিহ্যই মিলি অসমক বিশ্বৰ ভিতৰতে এখন উল্লেখযোগ্য পৰ্যটনস্থলী হিচাবে পৰিচিত কৰে।
কিন্তু তথ্যৰ প্ৰসাৰ আৰু বিভিন্ন কাৰকৰ প্ৰভাৱত এতিয়াও অসম সম্পৰ্কে বহু দেশী-বিদেশী পৰ্যতক সকল বিভিন্ন বিষয় সম্পৰ্কে অজ্ঞ হৈ আছে। অসম চৰকাৰে পৰ্যটন ক্ষেত্ৰক যিকোনো উপায়েৰে বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আছে আৰু ইয়াৰ প্ৰসাৰৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। ইয়াৰ লগতে চৰকাৰে পৰ্যটনক নিয়োগ আৰু আয়ৰ উৎস হিচাবে নগৰীয়া আৰু গ্ৰাম্য পৰ্যটন দুয়োটা ক্ষেত্ৰতেই গুৰুত্ব দি আহিছে।
অসম পৰ্যটনক আৰু অধিক প্ৰসাৰিত কৰিবলৈ আৰু ইয়াক এটা ব্ৰেণ্ড হিচাবে প্ৰতিষ্ঠা কৰিবলৈ জনতাৰ চৰকাৰ মাই গভ অসমে জনসাধাৰণৰ পৰা মতামত তথা দিহা-পৰামৰ্শ কামনা কৰিছে।

যোগদানৰ অন্তিম তাৰিখ ২১ চেপ্তেম্বৰ, ২০১৭

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
100

Mridusmita Sonowal 6 বছৰ 9 হিচাপপূৰ্বে

1) Please provide ONLINE booking facility of Govt buses , Increase and improve Bus services with clean rest room, clean restaurants and hotels with better security.
2) Provide facility to travel in cruise on Brahmaputra and ONLINE booking facility to book the same, river cruise is not common in India.