You don't have javascript enabled. Please Enabled javascript for better performance.

ePrastuti - MyGov Assam solicits feedback from citizens on the newly developed websites of Government of Assam

Start Date: 30-06-2017
End Date: 15-08-2017

চৰকাৰ আৰু জনতাৰ মাজত এক যোগসূত্ৰৰ মাধ্যম হিচাবে সকলো দিশৰ পৰা সুলভ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

চৰকাৰ আৰু জনতাৰ মাজত এক যোগসূত্ৰৰ মাধ্যম হিচাবে সকলো দিশৰ পৰা সুলভ ৱেবচাইটৰ খুবেই প্ৰয়োজন। চৰকাৰী ৱেবচাইট সমূহে বৰ্তমানৰ ডিজিটেল যুগত কেৱল ৰাইজক তথ্য আৰু সেৱা প্ৰদান কৰাতেই সীমিত নাৰাখে বৰং ইয়াক এক স্বচ্ছ প্ৰশাসনিক ব্যৱস্থাৰ আধাৰ হিচাবেও চিহ্নিত কৰে।
এক একত্ৰীকৃত আৰু সংলগ্ন ৱেব অভিজ্ঞতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অসম চৰকাৰৰ সকলো বিভাগৰ ৱেবচাইট সমূহক নতুন ৰূপত সাজি উলিওৱা হৈছে। ‘ই-প্ৰস্তুতি’ নামেৰে নামাংকিত এই প্ৰকল্প ৰাজ্যৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ অন্তৰ্ভুক্ত। এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে চৰকাৰৰ সকলো ৱেবচাইট সমুহ এক নিৰ্দিষ্ট ডিজাইন, বিকাশ প্ৰণালী আৰু একে মাপকেৰে সজাই তোলা। এই প্ৰক্ৰিয়াই জনসাধাৰনক চৰকাৰী কাম কাজত অংশগ্ৰহণ আৰু মুক্ত প্ৰশাসন ব্যৱস্থাত অংশীদাৰ হোৱাত সহায় কৰিব।
প্ৰথম পৰ্যায় হিচাবে নিম্নোক্ত নটা বিভাগ আৰু ইয়াৰ উপ-বিভাগৰ ৱেবচাইটসমূহ বিকাশ কৰা হৈছে আৰু ৰাইজৰ বাবে মুকলি কৰা হৈছে :

• উদ্যোগ: (http://industries.assam.gov.in/)
• বিত্ত: (http://finance.assam.gov.in/ )
• শক্তি: (http://power.assam.gov.in/ )
• শ্ৰম: (http://labour.assam.gov.in/ )
• পঞ্চয়ত আৰু গ্ৰামোন্নয়ন : (http://pnrd.assam.gov.in/ )
• ৰাজহ : (http://landrevenue.assam.gov.in/ )
• দক্ষতা, নিয়োগ আৰু উদ্যোগী :(http://skill.assam.gov.in )
• সচিবালয় প্ৰশাসন : (http://sad.assam.gov.in/ )
• সাধাৰণ প্ৰশাসন : (http://gad.assam.gov.in/ )

এই নতুনকৈ বিকশিত ৱেবচাইট সমূহৰ গুণগত মানদণ্ডৰ বিষয়ে জানিবলৈ মাই গভ অসমে জনসাধাৰণৰ পৰা মতামত আশা কৰিছে।
যোগদানৰ অন্তিম তাৰিখ : ৩১ জুলাই, ২০১৭

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
100

Mridusmita Sonowal 6 বছৰ 9 হিচাপপূৰ্বে

With out feedback from the customer or beneficiary we can not assume the success of a system or improvement of a system. Please give details of the on going Govt project to public in local news paper and over net. Also provide a facility to the beneficiary to give feedback easily on the project implementation and benefits.