You don't have javascript enabled. Please Enabled javascript for better performance.

History of Na Math

Start Date: 25-11-2020
End Date: 30-11-2023
কোনো এক সভ্যতাৰ অতীতে প্ৰতিফলিত কৰে সেই সভ্যতাৰ চহকী ঐতিহ্য। ইয়াৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে। ‘বিশ্ব ঐতিহ্য সপ্তাহ’ উপলক্ষে আজিৰে পৰা মুকলি কৰা হৈছে অসম চৰকাৰৰ পুৰাতাত্ত্বিক সঞ্চালকালয়ৰ উদ্যোগত আৰু মাই গভ অসমৰ সহযোগত প্ৰস্তুত কৰা ‘প্ৰাগজ্যোতিষৰ জিলিঙনি’ শীৰ্ষক এক খণ্ডভিত্তিক তথ্যচিত্ৰ। অসমৰ চহকী ঐতিহ্য আৰু ইয়াৰ বিশেষত্বসমূহৰ প্ৰসাৰৰ উদ্দেশ্য পুৰাতাত্ত্বিক সঞ্চালকালয়ৰ দ্বাৰা নিৰ্মিত এই খণ্ডভিত্তিক তথ্যচিত্ৰৰ সহায়ত বিশেষজ্ঞ ব্যক্তিসকলৰ সমলৰ যোগেদি অসম বুৰঞ্জীৰ লগত জড়িত বহু দিশৰ উমান পোৱা যাব। প্ৰথম খণ্ড হিচাবে আগবঢ়াইছো গুৱাহাটীৰ কামাখ্যা মন্দিৰ পৰিসৰত অৱস্থিত ন-মঠৰ এক ইতিহাস।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল
692140

JAYANTA TOPADAR 3 বছৰ 3 হিচাপপূৰ্বে

Archaeological Survey of India must act soon to renovate the ancient Na-Math as per the relevant historical sketches, if any, remaining in any public libraries in ASSAM or other North Eastern States of India. It is very necessary to restore and preserve Ancient Assam history for future case studies.