You don't have javascript enabled. Please Enabled javascript for better performance.

ক'ভিড-১৯ ৰ বাবে ঘৰতে থকাৰ সময়ছোৱাৰ যোগাত্মক দিশসমূহ

Start Date: 05-05-2020
End Date: 30-09-2020

ক'ভিড-১৯-ৰ সংক্ৰমণ ৰোধৰ বাবে বিশ্বজুৰি বিভিন্ন দেশত আংশিক অথবা ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ক'ভিড-১৯-ৰ সংক্ৰমণ ৰোধৰ বাবে বিশ্বজুৰি বিভিন্ন দেশত আংশিক অথবা সম্পূৰ্ণভাৱে লকডাউন পালন কৰা হৈছে। যাৰ ফলত আমাৰ দৈনন্দিন কামকাজ সমূহত ব্যাঘাত জন্মিছে। এক জৰুৰীকালীন সময় হিচাবে আমি আটায়ে ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে। ইয়াৰ ফলত হয়তো আমি কিছুমান নতুন ধৰণৰ অভিজ্ঞতাৰ মুখামুখি হবলগীয়া হৈছে, কিন্তু হয়তো ইয়াৰ মাজতে কিছু যোগাত্মক বার্তাও লুকাই আছে।
উপলব্ধ সম্পদৰ উচিত ব্যৱহাৰৰ লগতে আমাক এই সময়খিনিয়ে হয়তো বহু নতুন অভিজ্ঞতাৰ সৈতে পৰিচয় কৰাই দিছে। আমি সকলোৱে আশাৰে এক নতুন ভৱিষ্যতৰ দিশলৈ খোজ দিছো, লগতে এই সময়খিনিৰ যোগেদি লাভ কৰিছোঁ বহু ধনাত্মক অভিজ্ঞতা। এই মহামাৰীৰ ফলত ঘোষিত লকডাউনৰ সময়ছোৱাত আপুনিও নতুন তেনেধৰণৰ কোনো ধনাত্মক চিন্তাধাৰাৰে অনুপ্ৰাণিত হৈছে নেকি, যি চিন্তাধাৰা আপুনি ভৱিষ্যতেও আপোনাৰ সৈতে লগতে ৰাখিব বিচাৰে? আপোনাৰ অভিজ্ঞতা আমাৰ সৈতে শ্বেয়াৰ কৰক তলত মন্তব্য আকাৰে -

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
10650

BIKRAMJIT NATH 3 বছৰ 10 হিচাপপূৰ্বে

During Covid-19 pandemic, technology is the last option to be connected with the world. As we are the members the global village, it is foremost responsibility to remain aware and connected with the right information, not any baseless rumours or stigma due to the outbreak of the Corona Virus!