You don't have javascript enabled. Please Enabled javascript for better performance.

শিশুৰ পৰিপুষ্টি সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ দিশ

Start Date: 07-12-2019
End Date: 31-12-2022
আমাৰ দেশত শিশুৰ মৃত্যুৰ এক অন্যতম প্ৰধান কাৰণ হ’ল পুষ্টিহীনতা। পুষ্টিহীনতাই শৰীৰ দুৰ্বল কৰাৰ লগতে হ্ৰাস কৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা। সঠিক পৰিপুষ্টিৰ দ্বাৰাহে শিশুৰ স্বাস্থ্য সুৰক্ষা সম্ভৱ। শিশুৰ সুস্থ সবল স্বাস্থ্যৰ বাবে পৰিপুষ্টিৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো প্ৰতিগৰাকী অভিভাৱকৰেই প্ৰধান দায়িত্ব । আহক সঠিক পৰিপুষ্টিৰদ্বাৰা সমাজৰ প্ৰতিগৰাকী শিশুৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিতকৰণ সন্দৰ্ভত সবিশেষ গম লওঁ এটি ভিডিঅ’ৰ জৰিয়তে।
সকলো মন্তব্য
আলাপ আলোচনা
Reset
1 তথ্য পোৱা গ’ল
91810

I REE CONSTRUCTION INDIA PRIVATE LIMITED 2 হিচাপ 4 দিন পূৰ্বে

Fast FactsIn India 20 per cent of children under five years of age suffer from wasting due to acute undernutrition. More than one third of the world’s children who are wasted live in India.

Forty three per cent of Indian children under five years are underweight and 48 per cent (i.e. 61 million children) are stunted due to chronic undernutrition, India accounts for more than 3 out of every 10 stunted children in the world.