You don't have javascript enabled. Please Enabled javascript for better performance.

Capture the Beauty of Assam with Your Lens

Start Date: 07-04-2017
End Date: 11-05-2017

আপোনাৰ কেমেৰাৰ লেঞ্চত ধৰা পৰা অসমৰ বিনন্দীয়া ৰূপ (উৎসৱ, খাদ্য, ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আপোনাৰ কেমেৰাৰ লেঞ্চত ধৰা পৰা অসমৰ বিনন্দীয়া ৰূপ (উৎসৱ, খাদ্য, পৰম্পৰা, সংস্কৃতি, প্ৰকৃতি, কীৰ্তিচিহ্ন ইত্যাদি) আমালৈ প্ৰেৰণ কৰক। শ্ৰেষ্ঠ ফটোখনে আমাৰ দ্বাৰা পাব স্বীকৃতি।

বিজয়ী সকলে লাভ কৰিব মাননীয় মুখ্যমন্ত্ৰীৰ পৰা এখন প্ৰশংসা পত্ৰ।
যোগদানৰ অন্তিম তাৰিখ ১০ মে, ২০১৭

নিয়মাৱলী :
• JPG অথবা PNG format ত ফটো প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।
• ফটোৰ আকাৰ 10 এম বি তকৈ অধিক হ’ব নোৱাৰিব।
• ফটোত কোনো কাৰণত আপত্তিজনক বিষয়বস্তু থাকিব নোৱাৰিব।
• মাই গভ্‍ অসমৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।

সকলো মন্তব্য
মুঠ অৱদান ( 101) অনুমোদিত অৱদানসমূহ (68) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (33) জমা বন্ধ
#AssamMyGov, #MyGov, #AssamTourism
Reset
1 তথ্য পোৱা গ’ল
1300

Sangita Choudhury 6 বছৰ 11 হিচাপপূৰ্বে

Declare the 111-year old Lower Haflong railway station as a heritage museum and introduce a short distance TOURIST TRAIN CIRCUIT with Glass Domed Coaches (as being done in Vizag-Araku valley by Indian Railways) on the heritage meter-gauge tracks of Dima Hasao district showcasing the scenic blue mountains & green valley of Barail Range, Doyang river bridge, the phenomenon of Jatinga, Maibang – once the Capital of Dimasa Kingdom, heritage village #AssamMyGov, #MyGov, #AssamTourism