You don't have javascript enabled. Please Enabled javascript for better performance.

আপুনি ভ্ৰমণ কৰা অসমৰ অল্প খ্যাত ঠাই সমূহৰ বিৱৰণ

Start Date: 27-09-2019
End Date: 30-09-2020

অপৰূপ প্ৰকৃতি সৌন্দৰ্য, বনজ সম্পদ, চহকী ঐতিহ্য, কলা-সংস্কৃতি আৰু ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অপৰূপ প্ৰকৃতি সৌন্দৰ্য, বনজ সম্পদ, চহকী ঐতিহ্য, কলা-সংস্কৃতি আৰু বুৰঞ্জীৰে পৰশা অসম ভূমি। পৰ্যটনৰ অপাৰ সম্ভাৱনা থকা ৰাজ্যখন সম্প্ৰতি দেশৰ পৰ্য্টন মানচিত্ৰত জিলিকি উঠিছে। তথাপিও পৰ্যটনৰ ক্ষেত্ৰখনক অধিক প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে।

২৭ ছেপ্তেম্বৰ বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি জনতাৰ চৰকাৰ মাই গভ্ অসমে মুকলি কৰিছে আলোচনাৰ এক গুৰুত্বপূৰ্ণ বিষয়বস্তু।

আমি ভ্ৰমণ কৰি ভাল পাও। বিভিন্ন ঠাই ফুৰি সেই ঠাইৰ বিষয়ে জ্ঞান আহৰণ কৰাৰ ক্ষেত্ৰতো আমি গুৰুত্ব আৰোপ কৰো। আপুনি অসমৰ এনে কিছুমান ঠাই ভ্ৰমণ কৰিছে নেকি যিসমূহ ঠাই লোকচক্ষুৰ আঁৰত আছে কিন্তু হয়তো প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ আকৰৰ লগতে ইয়াত চহকী ঐতিহ্য লুকাই আছে। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই অল্প খ্যাত ঠাইসমূহৰ বিকাশ সাধনেৰে আমিও ৰাজ্যখনৰ পৰ্যটনৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়াব পাৰো।

আপুনি ভ্ৰমণ কৰা এনে অল্প খ্যাত ঠাই সমূহৰ বিষয়ে আপোনাৰ ভ্ৰমণ অভিজ্ঞতাৰ সৈতে লিখি আমাক জনাব পাৰে। লগত ফটো থাকিলে প্ৰেৰণ কৰাটো প্ৰয়োজনীয়। আপোনাৰ অভিজ্ঞতা আমালৈ প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য আকাৰে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
1918230

Nasim Kutchi 4 বছৰ 4 হিচাপপূৰ্বে

The land of ASSAM is really GOD gifted,and Every GOD gifted things are maintained by GOD in his manner.I appreciate the place for well being but today's misunderstanding and negative situation this place for a period of time has become Hell for those who don't want to cooperate with the governments decisions.I know its very hard to handle the situation but I appreciate the gov of ASSAM and request the common people to please cooperate with the decision and let remain ASSAM a natural beauty place