You don't have javascript enabled. Please Enabled javascript for better performance.

Inviting suggestions/ ideas to make the Chief Minister Samagra Gramya Unnayan Yojana Successful

Start Date: 07-04-2017
End Date: 11-05-2017

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা অসমৰ মাননীয় ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ২০১৬-১৭ বৰ্ষৰ বিত্তীয় বৰ্ষত মুকলি কৰিছিল। ইয়াৰ মুল লক্ষ্য হ’ল ২০২১-২২ বৰ্ষৰ ভিতৰত কৃষিৰ আয় দুগুণলৈ বৃদ্ধি কৰা।এই আঁচনিয়ে ব্যাপক পৰিৱৰ্তনৰ যোগেদি গাঁৱৰ কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰতিখন ৰেভিনিউ গাঁও সাঙুৰি পোনপটীয়া আৰ্থিক কাৰ্যপ্ৰণালী, বজাৰ সৃষ্টি, সমূহীয়া কৰ্ম আদিৰ ওপৰত এই আঁচনিৰ কাৰ্যব্যৱস্থা কেন্দ্ৰীভূত হৈ থাকিব।
এই আঁচনিৰ নটা মূল দৃষ্টিভংগী হৈছে :
• মীন পালনৰ লক্ষ্য
• দুগ্ধ লক্ষ্য
• জৈৱিক লক্ষ্য
• ভূমি ব্যৱস্থাপনা আৰু সংৰক্ষণ লক্ষ্য
• ৰেচম, খাদী আৰু কুটীৰ উদ্যোগ লক্ষ্য
• পথ আৰু ব্ৰডবেণ্ড সংযোগকৰণ লক্ষ্য
• চেমি প্ৰচেছিং, প্ৰচেছিং আৰু বজাৰ সৃষ্টি লক্ষ্য
• যুৱ – যোগ – ক্ৰীড়া লক্ষ্য
• ই-গ্ৰাম লক্ষ্য
অসম চৰকাৰে জনসাধাৰণৰ পৰা বিভিন্ন দিশত এই আঁচনিক সাফল্য কৰি তুলিবলৈ দিহা, পৰামৰ্শ তথা মতামত বিচাৰিছে।
যোগদানৰ অন্তিম তাৰিখ : ১০ মে, ২০১৭

সকলো মন্তব্য
#Assam, #MyGov, #ChiefMinisterSamagraGramyaUnnayanYojana, #CMSGUY
Reset
1 তথ্য পোৱা গ’ল
2490

ARUP DUTTA PURKAYASTHA 6 বছৰ 11 হিচাপপূৰ্বে

First step to develop the villages,It is very important to educate the people of that area properly so that they can understand to servive their life betterly through self mental upgradetion themselves.When people of that area will not thik for their betterment,nothing will be happened.