You don't have javascript enabled. Please Enabled javascript for better performance.

কাতি বিহু উপলক্ষে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা আকাশ-বন্তি প্ৰজ্বলন

কাতি বিহু উপলক্ষে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মাজুলীৰ মাজৰ দেউৰী নলনিপথাৰত ৰাজ্যবাসীৰ কল্যাণাৰ্থে সেৱা আগবঢ়ায়। উল্লেখযোগ্য যে, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত মাজুলীত প্ৰথমবাৰৰ বাবে আয়োজিত কাতি বিহুৰ এই অনুষ্ঠানত এহাজাৰ এগছি আকাশ বন্তি জ্বলাই প্ৰাৰ্থনা জনোৱা হয়।
সকলো মন্তব্য
আলাপ আলোচনা
Reset
1 তথ্য পোৱা গ’ল