You don't have javascript enabled. Please Enabled javascript for better performance.

প্ৰভাত শৰ্মা- অসমৰ এগৰাকী বৰেণ্য শিল্পী

Start Date: 19-10-2019
End Date: 31-10-2022
অসমৰ লোকসংগীতৰ ক্ষেত্ৰখনৰ এগৰাকী স্বানামধন্য ব্যক্তি, যাৰ সাধনাই অসমৰ লোকসংগীতৰ জগতখনক দিছে এক অনন্য মাত্ৰা। প্ৰভাত শৰ্মা - অসমৰ এগৰাকী প্ৰসিদ্ধ বাঁহীবাদক। প্ৰায় আঠটা দশক ধৰি অসমৰ লোকসংগীতৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে ‘সংগীতশ্ৰী’ প্ৰভাত শৰ্মাদেৱে। এই অৱদানে শৰ্মাদেৱক অসমৰ লোকসংগীতৰ আকাশত এক উজ্জ্বল নক্ষত্ৰ হিচাবে জিলিকাই ৰাখিছে। জনতাৰ চৰকাৰ মাই গভ অসমে বাৰ্তালাপ কৰিছিল এইগৰাকী বৰেণ্য শিল্পীৰ সৈতে।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল