বিনন্দীয়া অসম
- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
Suggestions Invited for Making Popular Destinations of Assam More Tourist-Friendly
Start Date: 07-04-2017
End Date: 07-05-2017
অসমৰ চহকী পৰ্যটন ক্ষেত্ৰখনক এক বাণিজ্যিক সম্পদ হিচাবে গঢ়ি তোলাৰ ...
বিতং তথ্য গোপন কৰক
DHIRONATH BARMAN 6 বছৰ 11 হিচাপপূৰ্বে
মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষা ক্ষেত্ৰৰ সংস্কাৰ সাধন কৰি আমূল পৰিৱৰ্তন আনিবলৈ হলে সম্পূৰ্ণ বেতন আৰু অন্যান চাৰকাৰী সা-সুবিধা প্ৰাপ্ত শিক্ষক সমাজে ছাত্ৰ-ছাত্ৰীৰ পৰা ধনৰ বিনিময়ত Tution কৰাটো বন্ধ হব লাগিব । একমাত্ৰ ব্যক্তিগত আৰ্থিক লাভালাভৰ নিমিত্তে এচাম অসাধু চৰকাৰী শিক্ষকে বিদ্যালয় অথবা মহাবিদ্যালয়ৰ শিক্ষা ব্যৱস্থাটোক অৱহেলা কৰি শিক্ষকতা বৃত্তিক একমাত্ৰ দৰমহা আৰু অন্যান সা-সুবিধা সমুহ লাভৰ সম্বল হিচাপে ব্যৱহাৰ কৰি আহিছে যাৰ ফলত দুখীয়া গ্ৰাম্যাঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকল বাৰুকৈ ক্ষতিগ্ৰস্থ হৈছে ।