You don't have javascript enabled. Please Enabled javascript for better performance.

কোকৰাঝাৰ জিলাৰ অগ্ৰণী কৃষক দিবাকৰ ৰায়

কোকৰাঝাৰ জিলাৰ গোঁসাইগাৱৰ কৃষক দিবাকৰ ৰায়। যোৱা প্ৰায় ১৫ বছৰ ধৰি কৃষিকৰ্মৰ লগত ব্যস্ত থাকি দিবাকৰ ৰায় বৰ্তমান এগৰাকী অগ্ৰণী কৃষক হিচাবে পৰিগণিত হৈছে। ধানকে ধৰি বিভিন্ন পাচলি আৰু মাকৈৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা কৃষক গৰাকীয়ে কৃষিক এক লাভজনক ব্যৱসায়লৈ ৰূপান্তৰ কৰিছে। কিছু মাহ পূৰ্বে অসম চৰকাৰৰ উদ্যোগত ভিয়েটনাম ভ্ৰমণ কৰা পোন্ধৰ জনীয়া কৃষকৰ দলটোৰ অন্যতম সদস্য আছিল দিবাকৰ ৰায়।
All Comments
Discussions on This Talk
Reset
2 Record(s) Found

shanku das 1 month 2 weeks ago

নমস্কাৰ গ্ৰহণ কৰিব বহুত ভাল লাগিল

DrBenoyKumarChattapadhyaya 1 month 4 weeks ago

Thanks to Dibakar Royji your determinetion and hard worke infarming.You can show the path to other farmer in future.God bless you forever.