You don't have javascript enabled. Please Enabled javascript for better performance.

পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত ‘জনতাৰ চৰকাৰ মাই গভ অসমলৈ’ দিহা পৰামৰ্শ প্ৰেৰণ কৰক –

পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত ...

See details Hide details

পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত স্বৰাজ প্ৰতিষ্ঠাৰ সপোন দেখিছিল। গান্ধীজীয়ে কৈছিল – ‘ভাৰতৰ আত্মা গাঁৱত লুকাই আছে, সেয়েহে গাঁৱৰ উন্নতি অবিহনে দেশৰ উন্নতিৰ কথা ভাবিবই নোৱাৰি’

স্বাধীনতাৰ পাছৰে পৰা সকলো ৰাজ্যতে পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তনৰ জৰিয়তে গাওঁসমূহক অধিক শক্তিশালী কৰি তোলাৰ লগতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে এই ব্যৱস্থাক আগবঢ়াই নিয়া হৈছে। এই পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে গাঁৱৰ জনসাধাৰণৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হয়।

বৰ্তমান সময়ত জনসাধাৰণৰ সহায় সহযোগিতা তথা দিহা-পৰামৰ্শৰ যোগেদি এই পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক উন্নয়নমুখী কৰাৰ যথেষ্ট থল আছে। এই সন্দৰ্ভত ‘জনতাৰ চৰকাৰ মাই গভ অসমে’ আপোনাৰ বহুমূলীয়া দিহা-পৰামৰ্শ কামনা কৰিছে। আপোনাৰ পৰামৰ্শসমূহ আমাক তলত মন্তব্য হিচাবে প্ৰদান কৰিব পাৰে।

All Comments
Reset
9 Record(s) Found

ASHMITADEB 1 month 1 day ago

There are many more problems in the village,I think there should be every month surveillance in the villages by government officials,so that the panchayats of the villages not do any type of corruption or they dont take wrong decions.first of all chief minister of respestive states should make a body comprising of some ministers who will check every decision of panchayat.panchayat of every village should be atleast graduate.education system of villages should be improved and their labour wages.

Mahmudul hussain 1 month 1 day ago

(১)গাওঁসভাৰ কাৰ্য্যবিৱৰণী,কৰিবলগা কামৰ তালিকা,পুঁজিৰ জমা-খৰছৰ হিচাপ, উপকৃত হোৱা হিতাধিকাৰীৰ তালিকা আদি সকলো তথ্যৰে প্ৰতিবছৰে প্ৰতিখন পঞ্চায়তত পুস্তিকা এখন প্ৰকাশ কৰিব লাগে আৰু website ত উপলব্ধ হ’ব লাগে (২)পঞ্চায়তৰ দুৰ্নীতি নিৰীক্ষণকোষ এটা লাগে আৰু Email,Whatsappযোগে দুৰ্নীতিৰ তথ্য দাখিল কৰিব পাৰিব লাগে (৩)সামাজিক হিচাপ পৰীক্ষণ শক্তিশালী কৰিব লাগে আৰু জমা-খৰছৰ হিচাপৰ প্ৰতিবেদন গাওঁসভাত অনুমোদন হোৱাটো বাধ্যতামূলক কৰিব লাগে (৪)পঞ্চায়ত প্ৰতিনিধিৰ মাহেকীয়া মাননী বৃদ্ধি কৰিব লাগে

Sanjay Kr Das's picture

Sanjay Kr Das 1 month 2 weeks ago

(১)গাওঁসভাৰ কাৰ্য্যবিৱৰণী,কৰিবলগা কামৰ তালিকা,পুঁজিৰ জমা-খৰছৰ হিচাপ, উপকৃত হোৱা হিতাধিকাৰীৰ তালিকা আদি সকলো তথ্যৰে প্ৰতিবছৰে প্ৰতিখন পঞ্চায়তত পুস্তিকা এখন প্ৰকাশ কৰিব লাগে আৰু website ত উপলব্ধ হ’ব লাগে (২)পঞ্চায়তৰ দুৰ্নীতি নিৰীক্ষণকোষ এটা লাগে আৰু Email,Whatsappযোগে দুৰ্নীতিৰ তথ্য দাখিল কৰিব পাৰিব লাগে (৩)সামাজিক হিচাপ পৰীক্ষণ শক্তিশালী কৰিব লাগে আৰু জমা-খৰছৰ হিচাপৰ প্ৰতিবেদন গাওঁসভাত অনুমোদন হোৱাটো বাধ্যতামূলক কৰিব লাগে (৪)পঞ্চায়ত প্ৰতিনিধিৰ মাহেকীয়া মাননী বৃদ্ধি কৰিব লাগে

Diganta Talukdar 1 month 2 weeks ago

Panchayat is the main strength of the village development,Panchyat system is this time 3 point of most needs.1.field level employee salary system is very poor GP level.2.digitally all Panchayat training up to GP team all ward member.3.Guideline discused all scheme every week GP level and ultimately corruption free at GP level.

Krishajit Baruah's picture

Krishajit Baruah 1 month 3 weeks ago

After the selection of panchayat leaders, they should attending regularly on their duties with the anti curruption rules and regulations accepting the wants of peoples for sending their applications to central govt.

KRISHNA KAMAL BORAH 1 month 3 weeks ago

আমাৰ গাওঁ সমূহৰ উন্নয়ন তেতিয়াহে সম্ভৱ হৈ উঠিব যেতিয়া পঞ্চায়ত ব্যৱস্থা সম্পূৰ্ণভাৱে নিকা তথা স্বচ্ছ হ'ব। গাওঁসভাৰ জৰিয়তে বিভিন্ন সমস্যাসমূহ চিনাক্ত কৰি সেইবোৰৰ সমাধানৰ ওপৰত গুৰুত্ব দিব লাগিব। বিভিন্ন আঁচনিসমূহৰ সঠিক ৰূপায়নৰ ব্যৱস্থা কৰিব লাগিব। পঞ্চায়তৰ প্ৰতিনিধি আৰু অভিজ্ঞ ব্যক্তিৰ দ্বাৰা হস্বম্যাদী আৰু দীৰ্ঘম্যাদী আঁচনি হাতত ল'ব লাগিব যাতে গাওঁসমূহত সকলোৱে সমান সুযোগ সুবিধা লাভ কৰি আগুৱাই যাব পাৰে।