- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
পথ সুৰক্ষা সন্দৰ্ভত শ্লোগান প্ৰতিযোগিতা
অসমত ৫০.৪% মৃত্যুৰ কাৰণ হ’ল পথ দুৰ্ঘটনা। যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ...
অসমত ৫০.৪% মৃত্যুৰ কাৰণ হ’ল পথ দুৰ্ঘটনা। যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ৩৬.৪%। দিনক দিনে বৃদ্ধি পাবলৈ লোৱা যান-বাহনৰ সংখ্যা, পথৰ দূৰৱস্থা আদিৰ বাবে এনে ঘটনা বৃদ্ধি পাইছে যদিও মানুহৰ অসাৱধানতা তথা ট্ৰেফিক আইন ভংগ কৰা আদিৰ ফলত এনে ঘটনা অতি চিন্তনীয়ভাৱে বাঢ়িবলৈ লৈছে।
ৰাজ্যৰ আৰ্থ-সামাজিক দিশটোৰ ব্যাপক ক্ষতিসাধন কৰা এনে ঘটনা বৰ্তমান সময়ত সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে। কেৱল সজাগতা তথা সাৱধানতাৰ দ্বাৰাহে এনে ঘটনা ৰোধ কৰাটো সম্ভৱ। পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা তথা দিহা-পৰামৰ্শ অতিকৈ প্ৰয়োজনীয়।
প্ৰতিযোগিতা
পথ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ বিচাৰি অসম চৰকাৰে আয়োজন কৰিছে শ্লোগান লিখা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশ লৈ শ্লোগানৰ জৰিয়তে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰখনলৈ আপোনাৰ মূল্যৱান দিহা-পৰামৰ্শ আগবঢ়াওক।
অন্তিম তাৰিখ – ১৩/০৬/২০১৭
পুৰস্কাৰ-
প্ৰথম পুৰস্কাৰ- ২০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ- ১৫,০০০ টকা
তৃতীয় পুৰস্কাৰ- ১০,০০০ টকা
Anindram das 6 বছৰ 10 হিচাপপূৰ্বে
Drive gentely
Think humanity
Feel proud you
and other
Chitralekha Baruah 6 বছৰ 10 হিচাপপূৰ্বে
“THERE IS NO NEED FOR SPEED
EVERYONE’S LIFE IS PRECIOUS INDEED”
Slogan on road safety by..
Chitralekha Baruah
Boro Chowk, H/No. 72
No.2 Mathgharia, Guwahati-781020
Guwahati
Phone- 9864153274
Jitumani Saharia 6 বছৰ 10 হিচাপপূৰ্বে
পথ আমাৰ পথিকো আমিয়েই
সঠিক পথেৰে যাও
সকলোৰে
বাহ বাহ পাও ।।
Chitralekha Baruah 6 বছৰ 10 হিচাপপূৰ্বে
"LET NOT SPEED GIVE YOU PAIN
SOMEONE IS WAITING TO SEE YOU AGAIN"
Slogan on Road Safety BY..
JAYISHNU THAKURIA (Class X)
C/O DIPU MANI THAKURIA
HOUSE NO. 72
CABIN CHOWK
NO.2 MATHGHARIA, Guwahati-20
Phone - 9864153274
Deepam Deka 6 বছৰ 10 হিচাপপূৰ্বে
#RoadSafety #Slogan
Khagendra Nath Bhattacharyya 6 বছৰ 10 হিচাপপূৰ্বে
#road #safety
Chinmoyee Bhattacharyya 6 বছৰ 10 হিচাপপূৰ্বে
From me #road_safety
Nijara Bhattacharyya 6 বছৰ 10 হিচাপপূৰ্বে
Submission from me
Prajjhalita Bharadwaj 6 বছৰ 10 হিচাপপূৰ্বে
My submission for road safety slogan.
Ananda Ram Das 6 বছৰ 10 হিচাপপূৰ্বে
Sir, kindly view my attached file