You don't have javascript enabled. Please Enabled javascript for better performance.

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?

Start Date: 26-03-2020
End Date: 03-05-2020

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ? ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে অতিবাহিত কৰিছে ?

বিশ্বজুৰি কৰ’না ভাইৰাছ সংক্ৰমণৰ জটিল পৰিস্থিতিত বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰতবৰ্ষতো ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। এই সময়ছোৱাত স্বাস্থ্য সুৰক্ষাৰ অৰ্থে নিজৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্য ঘৰতে আবদ্ধ হৈ থকাটো অত্যন্ত জৰুৰী কথা।

দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনশৈলী কিছু সালসলনি কৰি আমি সকলোৱে এই সময়খিনি নিজৰ পৰিয়ালৰ সৈতে সুন্দৰকৈ কটোৱাৰ লগতে বিভিন্ন গঠনমূলক কৰ্মৰাজিৰ সৈতে নিজকে জড়িত কৰাৰ ক্ষেত্ৰতো সুযোগ লাভ কৰিছো। ঘৰৰ সুস্থ বাতাবৰণত আমি গান শুনা, চিনেমা চোৱা, কিতাপ পঢ়া, প্ৰিয় খাদ্য প্ৰস্তুত কৰা, ক্ৰাফট মেকিং, বাগিচাত কাম কৰা, ঘৰ পৰিষ্কাৰ কৰা ইত্যাদি বিভিন্ন কৰ্মৰ লগতে কিছুমান উদ্ভাৱনীমূলক চিন্তা-চৰ্চা তথা কৰ্মৰাজিৰে সময়খিনি সুন্দৰকৈ অতিবাহিত কৰিব পাৰো।

আপুনিও যদি ঘৰত থকাৰ এই দিনকেইটাৰ বাবে এনেধৰণৰ এখন কৰ্মসূচী সাজু কৰি লৈছে, তেন্তে সেই বিষয়ে সবিশেষ লিখি (পৰাপক্ষত ফটো অথবা ভিডিঅ’সহ) আমালৈ প্ৰেৰণ কৰক।

সকলো মন্তব্য
মুঠ অৱদান ( 164) অনুমোদিত অৱদানসমূহ (150) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (14) জমা বন্ধ
Reset
150 তথ্য পোৱা গ’ল
293790

RICHARD BARIK 3 বছৰ 11 হিচাপপূৰ্বে

Hii Namaste to All.I am Richard Barik working as an academic in-charge in an institutions in Sambalpur Dist of Odisha state. during this lockdown time as all of my students are at home safely my team started teaching them through online. when we started this all said me that it will not be successful but now a days more then 2000 students are learning through online and i am not only focusing the academic part but also focusing the non-academic part and we are conducting online competition too.

108090

Sangeetha Subbiah 3 বছৰ 11 হিচাপপূৰ্বে

* Doing Surya Namashkar and few yoga muthras
* Hearing/Reading Valmiki Ramayanam.
Would like to do some cross stitch embroidery of lord Krishna as child with pot of butter but there are not much simple and quality free patterns available in online.Wish someone comes up with more interesting designs of Indian oriented patterns.

9150

Ankit jyala 3 বছৰ 11 হিচাপপূৰ্বে

In these 21 days I participated in many online contests and trying to recognise my inner talents , I have won 3 online contests from them and still taking part in other online contests . In these days I am spending my most of the time in refining my hobbies like painting , cooking , etc. I am also working on Sankalp Project and Environment Friendly Project these days.I am also participating in EXERCISE NCC YOGDAN FIRST AGAINST COVID-19 and BSG COVID WARRIORS.

9150

Ankit jyala 3 বছৰ 11 হিচাপপূৰ্বে

In these 21 days I participated in many online contests and trying to recognise my inner talents , I have won 3 online contests from them and still taking part in other online contests . In these days I am spending my most of the time in refining my hobbies like painting , cooking , etc. I am also working on Sankalp Project and Environment Friendly Project these days.

254020

Suresh Barhoi 3 বছৰ 11 হিচাপপূৰ্বে

নিজৰ কৰ্মৰত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক WhatsApp জৰিয়তে পঢ়াই আছো, ঘৰৰ ওচৰত থকা মানুহক COVID-19 ৰ বিষয়ে কৈছো যে আমি ঘৰতে থাকি কিদৰে কৰোনা বেমাৰৰ পৰা নিজকে তথা নিজৰ পৰিয়ালৰ লোকক বচাব পাৰো । লগতে সিহঁতক প্ৰত্যেক ৩০ মিনিট সময়ৰ মূৰে মূৰে ২০ ছেকেণ্ড কেনেদৰে হাত ধুব লাগে সেয়াও শিকাইছো । ঘৰতে শাকপাচলিৰ বাবে বাৰি পাতিছো । এই বন্ধৰ সময়ছোৱাত ঘৰতে মা, দেউতা, পত্নী, সৰু ভাইটি আৰু নিজৰ লৰাৰ লগত এক মধুৰ সময় পাৰ কৰিছো ।

1150

Ishita Dhar 3 বছৰ 11 হিচাপপূৰ্বে

I have been doing regular chores and continuing my job responsibilities (over phone) . Also to keep my mind unaffected during this lockdown I have been engaging myself in few activities like doing artworks, reading novels, and cooking . These activities help me to keep myself calm . Attaching a collage of few photos of the activities

8650

SULEMAN MASHUD 3 বছৰ 11 হিচাপপূৰ্বে

সৰ্ব প্ৰথমে ধন্যবাদ জনাইছোঁ ভাৰত চৰকাৰৰ লগত আমাৰ সোণোৱাল চৰকাৰ লৈ।
লকাডাউন নোহোৱা হেঁতেন এই মহামাৰীৰ প্ৰতিৰোধ কৰাটো সম্ভৱ নহয়।
ৰাতিপুৱা বিচনাৰ পৰা উঠি গা পা ধুই নিজৰ আপোন মানুহ বোৰৰ লগতে সকলো মানুহৰ খবৰ লওঁ।
ঘৰত অলপ কাম কাজ কৰো।অলপ সময় কিতাপ পঢ়ি দিনটোৰ নিউজ চাও
গাওঁৰ দুখীয়া মানুহৰ খবৰ লৈ ইহঁতক কিবা এটা খোৱা বস্তুৰ ব্যৱস্থা কৰি দিও অলপ হলেও।
ঘৰ খন পৰিষ্কাৰ কৰি ৰাখিবলৈ অলপ চেষ্টা কৰো।অলপ সময়ৰ জিৰণি লও।কি কি কৰিলো তাকে মনত পেলাই আৰু কি কাম থাকিল সেয়া লৈ চিন্তা কৰোঁ। এনেকৈ দিন গৈ আছে।

3359070

CHANDA NAGARAJU 3 বছৰ 11 হিচাপপূৰ্বে

4.30 wake up
4.30 to 6.15 warm up exercises, suryanamaska s, yoga
6.15 to 7.30 walking at my upstairs
8 to 9 watching Hanuman iconic serial
9 to 10 Ramayan
10 to 11 break fast and reading e papers
12 to 1 Mahabharat
1.30 to 2 lunch
2 to 3 again Mahabharath
3 to 4 games Indore games
4.15 tea break
5 to 6 news
6.30 to 9 walking, chatting at my Terrace
9 to 10 again RAMAYAN
10 .30 go to bed