You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ প্ৰিয় ঠাই

Start Date: 30-01-2020
End Date: 28-02-2021

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ ভঁৰাল অসম। সেউজ অৰণ্য, পাহাৰ, নদ-নদী, আৰু ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ ভঁৰাল অসম। সেউজ অৰণ্য, পাহাৰ, নদ-নদী, আৰু বিশাল মহাবাহু ব্ৰহ্মপুত্ৰই অসমৰ জেউতি দুগুণে চৰায়। প্ৰকৃতিয়েই নহয়, অসমৰ ঐতিহ্যময় কৃষ্টি, সংস্কৃতি আৰু বুৰঞ্জীয়ে অসমভূমিক দিয়ে অনন্য পৰিচয়। বহু হাজাৰ বছৰীয়া ইতিহাসৰ সাক্ষী অসমভূমি দেশৰ ভিতৰতে এক উল্লেখযোগ্য পৰ্যটনভূমি।

আপুনি নিশ্চয় অসমৰ বিভিন্ন পৰ্যটন স্থলী ভ্ৰমণ কৰিছে। এই ঠাইসমূহৰ ভিতৰত কোনখন ঠাই আপোনাৰ আটাইতকৈ প্ৰিয় আৰু কিয়? আপোনাৰ মতামত মন্তব্য আকাৰেৰে আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
মুঠ অৱদান ( 58) অনুমোদিত অৱদানসমূহ (31) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (27) জমা বন্ধ
Reset
31 তথ্য পোৱা গ’ল
83270

SHAMS UDDIN 3 বছৰ 3 হিচাপপূৰ্বে

Called as the "Social Capital of Assam", Tezpur is a town and urban agglomeration in Sonitpur district, Assam state, India. This place slouches with lush tea gardens. Furthermore, it has an endless extent of the paddy fields. It is not only a cultural center but also an educational destination apart from having a rich history.

83270

SHAMS UDDIN 3 বছৰ 4 হিচাপপূৰ্বে

Assam is one of the most picturesque states in northeast India. Its beauty is evident due to the lush green tea fields, mystic hills, wild forest, and sparkling Brahmaputra river. Always brimming with tourists, Assam can make you feel overwhelmed by its hospitality and charm. If you wish to have a memorable experience while strolling in the alluring fields or exploring this scenic destination.

24740

Sirazul Islam 3 বছৰ 5 হিচাপপূৰ্বে

ব্ৰহ্মপুত্ৰৰ বুকুতেই পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলী অৱস্থিত। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ মানুহৰ সহজ সৰল মনোভাব, সুন্দৰ্য এটা পাহৰিব নোৱাৰা স্মৃতি। মাজুলী ব্ৰমন কৰি মোৰ বহুত ভাল লাগিছে। এই দ্বীপৰ মুঠ এলেকা হল ৬৪৫ বৰ্গ কিলোমিটাৰ এই নদী দ্বীপত ১৫৫ খন গাওঁ আছে। জৈৱ বৈচিত্র দিশৰপৰা মাজুলী অতিকৈ চহকী। এই নদী দ্বীপ সত্ৰীয়া সংস্কৃতিৰ প্ৰান কেন্দ্র। মাজুলীৰ মুখা শিল্প বিশ্ব বিখ্যাত।

3810

Chetan Kumar neog 4 বছৰ 2 হিচাপপূৰ্বে

লখিমপুৰ জিলাৰ বান্দৰদেৱা ৰ পাহাৰীয়া কাষ টো বহুত প্ৰিয় tourist ৰো প্রিয়

বান্দৰদেৱা বা দোপাং ফালে Arunachal ৰ সিমান্তত কিছো মান দুসাহসিক ক্ৰিয়া ৰ ব্যৱস্হা কৰিৱ পৰা যায় ।
দৈজিং ৰ নিচিনা উৎসৱ ৰ অয়োজন কৰিলে
লখিমপুৰত tourist ৰ আগমন বাহিৱ ...
লখিমপুৰৰ যুৱ সমাজ সাজু
ব্যবস্হা কৰক .. অপোনালোকে ???'

42810

RAJIB RANJAN DHAR 4 বছৰ 2 হিচাপপূৰ্বে

ACCORDING TO ME THE MITHA AMMTALA OF GUWAHATI ONE OF THE BEST BEAUTIFUL PLACE IN ASSAM.THIS PLACE IS SITUATED IN ADIMGIRI HILL NEAR BORAGAON . YOU CAN COMPARE THIS PLACE WITH ANY HILL STATION LOCATION. COMMUNICATION SYSTEM IS VERY NICE.HERE WE CAN VISIT NAMGHAR, SIVAMANDIR, BATHU MANDIR AND WATER FALL ETC.THIS PLACE IS A SMALL ASSAM BECAUSE ALL TYPES i.e. ASSAMESE , BENGALI, BORO, NAPALI, KARBI,BIHARI etc PEOPLE LIVE HERE.THIS AREA HAS ITS OWN CULTURAL HARITAGE.

590

Indrajit sanduk 4 বছৰ 2 হিচাপপূৰ্বে

ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্য পাহাৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ঐতিহাসিক সম্পদেৰে পৰিপূৰ্ণ এখন প্ৰত্নতাত্বিক স্থান| ই শ্ৰী সূৰ্য্য পাহাৰৰ পূৱ অংশত অৱস্থিত| ইয়াত উদ্ধাৰ হোৱা প্ৰত্নতাত্বিক ধ্বংসাৱশেষ আৰু ভাস্কৰ্য্যবোৰে পুৰণি অসম বুৰঞ্জীৰ কলা, সংস্কৃতি আৰু ধৰ্মীয় দিশটোৰ ওপৰত আলোকপাত কৰে| শ্ৰী সূৰ্য্যপাহাৰত থকা ভগ্নাৱশেষ বোৰে আমাক তিনিটা প্ৰধান ধৰ্ম- ব্ৰাহ্মণ্য (হিন্দু), বৌদ্ধ, আৰু জৈন ধৰ্মৰ বিষয়ে সমল যোগায়| ইয়াত এই তিনিটা ধৰ্মৰ ভগ্নাৱশেষ পূৰ্ব খ্ৰীষ্টাব্দৰ পৰা দেখিবলৈ পোৱ

2130

Deepak Kamat 4 বছৰ 2 হিচাপপূৰ্বে

Gharbhanga Forest in the outskirts of Guwahati city that shares its borders with the neighbouring state of Meghalaya is a magnificient beauty of Assam, the dense forest is a must visit place to experience the true beauty of the wild-lofe of Assam. A home to the great Elephants and the rare Gold Langoors this placing is an extra-ordinary mix of human and nature. The famous Bhimashankar Jyotirlinga in the middle of the forest adds even more to this place.