You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ অঞ্চলৰ আদৰ্শ মহিলাগৰাকী

Start Date: 28-02-2020
End Date: 31-03-2020

প্ৰতি বছৰে ৮ মাৰ্চৰ দিনটোত নাৰীৰ মৰ্যাদাক সন্মান জনাই সমগ্ৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰতি বছৰে ৮ মাৰ্চৰ দিনটোত নাৰীৰ মৰ্যাদাক সন্মান জনাই সমগ্ৰ বিশ্বজুৰি নাৰী দিৱস পালন কৰা হয়। মহিলাৰ সুৰক্ষা, অধিকাৰৰ লগতে পুৰুষ আৰু মহিলাৰ সমমৰ্যাদাৰ দিশটোক প্ৰতিফলিত কৰি এই দিনটো বিশেষভাৱে উদযাপিত কৰা হয়। বৰ্তমান সময়ত শিক্ষা-দীক্ষা, ৰাজনীতি, ব্যৱসায়, প্ৰশাসনিক ইত্যাদি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আজিৰ নাৰীয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। সাম্প্ৰতিক সময়ত সাহস, ধৈৰ্য আৰু একাগ্ৰতাৰে নাৰীয়ে সমাজত আদৰ্শৰ বাট দেখুওৱাবলৈ সক্ষম হৈছে। নিজৰ সুৰক্ষা, অধিকাৰকলৈও সমাজৰ প্ৰতিগৰাকী নাৰী অত্যন্ত সচেষ্ট ।

আহক এইবাৰৰ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত উল্লেখনীয় কৰ্মৰাজি তথা প্ৰত্যহ্বানমূলক কৰ্মৰে সকলোকে আদৰ্শৰ বাট দেখুওৱা আমাৰ সমাজৰ প্ৰতিগৰাকী উদ্যমী মহিলাক বিশ্বৰ দৰবাৰত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত এক প্ৰচেষ্টা হাতত লও। আপোনাৰ পৰিচিত তথা নিজৰ অঞ্চলত বসবাস কৰা এনে আদৰ্শৱান মহিলাৰ কৰ্মৰাজি আৰু জীৱন সংগ্ৰামৰ কাহিনী আমাৰ সৈতে শ্বেয়াৰ কৰক। ফটো অথবা ভিডিঅ’সহ তেখেতৰ বিষয়ে সবিশেষ লিখি তলত মন্তব্য আকাৰেৰে আমালৈ প্ৰেৰণ কৰক ।

অন্তিম তাৰিখঃ ৮ মাৰ্চ, ২০২০

সকলো মন্তব্য
মুঠ অৱদান ( 14) অনুমোদিত অৱদানসমূহ (10) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (4) জমা বন্ধ
Reset
10 তথ্য পোৱা গ’ল
3570

Biraj Kanti Nayak 4 বছৰ 1 monthপূৰ্বে

It is an honour of myself to express that my wife Purnima Nayak,is a strong courageous & god fear lady, who could get build our house in absence of myself and w/o taking any support from others. It was only possible due to her relentless and sharp intellectual planning as lots of disturbance;numerous difficulties were there which would be a huge problem on my part also. Probably I could not do it. Not only that we (myself,son and daughter) always follow her.She always inspires and lead us.

430500

BISWANATH PANDA 4 বছৰ 1 monthপূৰ্বে

My mother, shrimati manjubala Panda is a house wife but after 60 year she work with my entreprenuer as a member of it. she celebrate so many traditional festival. she distribute chocolate & sweets to kids. she also awarded to kids with the event of art & culture, cosmos science, sahitya with certificate national talent wellfare. she cellebrating PANCHA DOLA JATRA in Oodisha at khorda district.

WIN
BISWANATH PANDA
PHONE:09337204155
E-MAIL:biswanathpanda1@yahoo.com

460

RIZVI HASAN RASUL 4 বছৰ 1 monthপূৰ্বে

সূচিলা দাস বাইদেউ এজনী বহুত সহজ সৰল মহিলা। তেওঁ ৰঙিয়া পুলিচ থানা ৰ অন্তৰ্গত চেপ্তি গাঁও ৰ বাসিন্দা হয়। তেওঁৰ স্বামী প্ৰয়াত ধৰ্মেশ্বৰ দাস ঢুকাই ২০১০ চনৰ ডিচেম্বৰ মাহৰ ২ তাৰিখে।তেওঁ বিধৱা হয় ও কাৰো আগত সহায় ৰ হাত নাপাতি, তেওঁ চেপ্তি চক ত এখন চাহ ৰ দোকান দিছে। দৈনিক অহা যোৱা মানুহ আৰু চেপ্তি চক ৰ আখে পাখে থকা প্ৰায় সকলো চৰকাৰী কাৰ্য্যালয় ৰ কৰ্মচাৰী বোৰ আৰু চেপ্তি চক ত অহা মানুহ বোৰ এ ইয়াত চাহ এক কাপ খাব লৈ আহে আৰু তৃপ্তি ৰে এক কাপ চাহ আৰু লগতে ফ্ৰেশ নাষ্টা খাই যায় .

660

Akanshya Hazarika 4 বছৰ 1 monthপূৰ্বে

My mother, Dr. Deepamoni Saikia Hazarika, has always been the inspiration of my life. She's a mother of two, born and brought up in Rajabari in Sibsagar, Assam. She always wanted to do something for the society and succeeded in doing so I am of of the belief. She's currently the Sub-Divisional Medical and Health Officer (Public Health) posted in Dhemaji. It has not always been easy to juggle family, health, and work but she has taught me commitment and dedication.

584690

PROSHANTA PURKAYASTHA 4 বছৰ 1 monthপূৰ্বে

My mother trying to aware people to follow recognised medical system to save precious thuman life.though she has no formal education yet she saved her daughters life by donating one of her kidneys for transplantation.with that act she created a positive outlook towards organ tranplantation among general masses.on the eve of international womens day i think she deserve recognition.hats off to her.

530

MANOJ ROY 4 বছৰ 1 monthপূৰ্বে

শ্ৰীমতী শিল্পী ৰয় গুৱাহাটী মহানগৰীৰ লখৰ ৰোডৰ লালগণেশ অঞ্চলৰ শ্ৰী নগৰ পথৰ বাসিন্দা। এই মহিলা জনী বিগত ৯ বছৰ ধৰি এখন গেলামাল (Grocery) ব্যৱসায় চলাই আছে। সৰু দোকান খন আজি ৯বছৰে তেওঁৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ ফলত আজি বহু ডাঙৰ দোকান হল। তেওঁ এই ব্যৱসায়ৰ লগতে নিজৰ সংসাৰৰ যাবতীয় দায়িত্ব পালন কৰাৰ লগতে সামাজিক কৰ্মৰ লগতো খুব ধুনীয়াকৈ জড়িত হৈ আছে। আজিৰ সমাজত এনেকুৱা নিষ্ঠৱন আৰু পৰিশ্ৰমি মহিলাৰ অত্যন্ত জৰুৰী। আমাৰঅঞ্চলৰ সকলোৱে তেওঁক অত্যন্ত শ্ৰদ্ধা কৰে আৰু বিভিন্ন ক্ষেত্ৰত তেওঁৰ নামটো উদাহৰণস্বৰূপে ব্যৱহাৰ কৰে

530

MANOJ ROY 4 বছৰ 1 monthপূৰ্বে

শ্ৰীমতী শিল্পী ৰয় গুৱাহাটী মহানগৰীৰ লখৰ ৰোডৰ লালগণেশ অঞ্চলৰ শ্ৰী নগৰ পথৰ বাসিন্দা। এই মহিলা জনী বিগত ৯ বছৰ ধৰি এখন গেলামাল (Grocery) ব্যৱসায় চলাই আছে। সৰু দোকান খন আজি ৯বছৰে তেওঁৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ ফলত আজি বহু ডাঙৰ দোকান হল। তেওঁ এই ব্যৱসায়ৰ লগতে নিজৰ সংসাৰৰ যাবতীয় দায়িত্ব পালন কৰাৰ লগতে সামাজিক কৰ্মৰ লগতো খুব ধুনীয়াকৈ জড়িত হৈ আছে। আজিৰ সমাজত এনেকুৱা নিষ্ঠৱন আৰু পৰিশ্ৰমি মহিলাৰ অত্যন্ত জৰুৰী। আমাৰঅঞ্চলৰ সকলোৱে তেওঁক অত্যন্ত শ্ৰদ্ধা কৰে আৰু বিভিন্ন ক্ষেত্ৰত তেওঁৰ নামটো উদাহৰণস্বৰূপে ব্যৱহাৰ কৰে

229830

Shivangi Manjhwar 4 বছৰ 1 monthপূৰ্বে

Respected sir,
My Mom always inspire to me to do better in my life and do respect to all my elders.She always teach me that we never disrespect to anyone and also she teach me that do always everyone's help.So,for me My mom is my real life Heroine and always inspire to me.She is my Ideal.Love u mom.
Happy Women's Day in advance.
Thank you