You don't have javascript enabled. Please Enabled javascript for better performance.

২১ দিনৰ 'লকডাউন'লৈ সহযোগিতা আগবঢ়াবৰ বাবে অসমৰ ৰাইজলৈ বিনম্ৰ আহ্বান মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ

Start Date: 26-03-2020
End Date: 31-03-2023
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই ২১ দিনৰ লকডাউন কাৰ্যসূচী নিষ্ঠাসহকাৰে পালন কৰিবলৈ অসমবাসীক আহ্বান জনাইছে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
16 তথ্য পোৱা গ’ল
150230

Jyotiska boruah 4 বছৰ 3 সপ্তাহ পূৰ্বে

আপোনাৰ কৰ্তৱ্য আৰু প্ৰগতিশীল দূৰদৰ্শী চিন্তাধাৰাই আমাক প্ৰেৰনা দিয়ে ৷অসমৰ বাৱে চিৰনমস্য আৰু চিৰনমস্য ব্যক্তি হৈ যুগ যুগান্তৰলৈ জিলিকি ৰওক ৷