You don't have javascript enabled. Please Enabled javascript for better performance.

সৰ্বমংগল কামনাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰঙালী বিহুৰ শুভেচ্ছাবাৰ্তা

Start Date: 13-04-2020
End Date: 13-04-2020
অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহু উপলক্ষে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমবাসীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছে ৷ লগতে সমগ্ৰ বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা ক'ভিড-১৯ সংক্ৰমণৰ বিপক্ষে একেলগ হৈ যুঁজাৰ পোষকতাৰে সকলোৰে মংগল কামনা কৰি পহিলা ব'হাগৰ দিনা সন্ধিয়া ৬ বজাত এগছি চাকি জলাবলৈ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে অসমবাসীক আহ্বান জনাইছে ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে