You don't have javascript enabled. Please Enabled javascript for better performance.

স্তনৰ কৰ্কট ৰোগ- সাৱধানতা, কাৰণ, লক্ষণ আৰু ইয়াৰ চিকিৎসা

Start Date: 30-10-2019
End Date: 31-10-2022
স্তনৰ কৰ্কট ৰোগ হৈছে মহিলাৰ কৰ্কটজনিত মৃত্যুৰ অন্যতম কাৰণ। ভাৰতবৰ্ষত প্ৰতিবছৰে প্ৰায় ১ লাখ ২৫ হাজাৰ মহিলা এই ৰোগত আক্ৰান্ত হয়। প্ৰতি বছৰে ৬০০ ৰ পৰা ৬৫০ গৰাকী মহিলা গুৱাহাটীৰ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ আহে চিকিৎসা গ্ৰহণৰ বাবে। যিবোৰ কাৰকৰ বাবে স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে, সেই কাৰকসমূহ ৰোধ কৰিব পৰা গ’লেই এই ৰোগ প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ পৰে। সেয়েহে স্তনৰ কৰ্কট ৰোগৰ সাম্ভাৱ্য কাৰকসমূহৰ বিষয়ে প্ৰতিগৰাকী যুৱতী আৰু মহিলাই জনাটো নিতান্তই প্ৰয়োজনীয়। এই সন্দৰ্ভত বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ মাননীয় সঞ্চালক ডাঃ অমল কটকী ডাঙৰীয়াই জনতাৰ চৰকাৰ মাই গভ অসমৰ জৰিয়তে আগবঢ়াইছে এক বিশেষ বাৰ্তা ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
6 তথ্য পোৱা গ’ল
1918230

Nasim Kutchi 4 বছৰ 4 হিচাপপূৰ্বে

In todays generation it is clearly notified that a very dangerous diseases which is going to take place very rapidly is competely known as cancer.A cancer is A DISEASE WHERE MONEY AND PATIENTS BOTH GOES INTO VAIN. A disease which never get success with cure ment . so for this type of disease central government as well as state government should take necessary steps to keep the pATIENT IN GOOD CONDITION