You don't have javascript enabled. Please Enabled javascript for better performance.

সফলতাৰ শীৰ্ষত অসমৰ নাৰী শক্তি

Start Date: 26-10-2019
End Date: 26-10-2019
নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাবে গণ্য কৰা হয়। অসীম সাহস, একাগ্ৰতা, প্ৰতিভা আৰু দক্ষতাৰ বলত আজিৰ নাৰী উচ্চ শিক্ষিত হোৱাৰ লগতে আত্ম-নিৰ্ভৰশীল হৈ পৰিছে। সলনি কৰিছে আমাৰ ৰক্ষণশীল সমাজ ব্যৱস্থা। মহৎ কৰ্মৰাজীৰ জৰিয়তে সমাজত নতুন দিগন্তৰ সূচনা কৰা অসমৰ কেইগৰাকীমান উদ্যমী মহিলালৈ জনাইছো আন্তৰিক অভিনন্দন ৷ আহক এইবেলিৰ দীপাৱলীত আমাৰ ৰাজ্যৰ চুকে-কোণে থকা আদৰ্শৱান মহিলাসকলক #bharatkilaxmi ব্যৱহাৰ কৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম সমূহৰ যোগেদি সকলোৰে মাজত পৰিচিত কৰি দিওঁ ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে