You don't have javascript enabled. Please Enabled javascript for better performance.

বাঁহ-বেতৰ শিল্পৰে জীৱন গঢ়িছে নলবাৰীৰ ধীৰাজ ৰাজবংশীয়ে

Start Date: 07-01-2021
End Date: 31-01-2024
অসমৰ এক অন্যতম আপুৰুগীয়া শিল্প হ’ল বাঁহ-বেতৰ শিল্প ৷ ২০১০ চনৰে পৰা নলবাৰীৰ উদ্যমী যুৱক ধীৰাজ ৰাজবংশীয়ে পিতৃ ধনেশ্বৰ ৰাজবংশীৰ সহযোগিতাত বাঁহ-বেতৰ শিল্পৰ সৈতে নিজকে জড়িত কৰি আহিছে ৷ এই শিল্পৰ সৈতে আত্মনিয়োগ কৰি স্বাৱলম্বী হোৱা উদ্যমী যুৱকগৰাকীয়ে অসম চৰকাৰৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ পৰা ঋণ লাভ কৰি নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ দিশত যথেষ্ট সঁহাৰি লাভ কৰে ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
34 তথ্য পোৱা গ’ল
1487560

ANINDA DAS 1 বছৰ 3 হিচাপপূৰ্বে

It is a very nice idea and planning of government to set up small scale industry for economic development of Assam State. youths will get employment in industry and industry will manufacture non-plastic items for households to reduce the pollution and maintain the conservation of environment.

1487560

ANINDA DAS 1 বছৰ 3 হিচাপপূৰ্বে

অসম ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰাটো চৰকাৰৰ এক অতি সুন্দৰ ধাৰণা আৰু পৰিকল্পনা। যুৱক-যুৱতীসকলে উদ্যোগত কৰ্মসংস্থাপন লাভ কৰিব আৰু উদ্যোগে পৰিয়ালৰ বাবে অপ্লাষ্টিক সামগ্ৰী নিৰ্মাণ কৰি প্ৰদূষণ হ্ৰাস কৰিব আৰু পৰিৱেশ সংৰক্ষণ বজাই ৰাখিব।

4720

MunjuwaraKhatun 1 বছৰ 3 হিচাপপূৰ্বে