You don't have javascript enabled. Please Enabled javascript for better performance.

নতুন ৰূপত গান্ধী মণ্ডপৰ বাপুজীৰ মূৰ্তি

Start Date: 15-02-2020
End Date: 31-12-2023
১৯৭০ চনত গুৱাহাটীৰ গান্ধী মণ্ডপত বিশ্ববিখ্যাত শিল্পী পদ্মভূষণ ৰামকিংকৰ বেইজে নিৰ্মাণ কৰিছিল মহাত্মা গান্ধীৰ এক পূৰ্ণাৱয়ৱ ব্ৰঞ্জৰ মূৰ্তি । সময়ৰ সোঁতত এই মূৰ্তিৰ গৰিমা ম্লান হ'বলৈ লোৱাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত ঐতিহ্য সংৰক্ষণ সমিতি, অসমে(HeCSA) এই মূৰ্তিৰ সংৰক্ষণ তথা সংবৰ্ধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰে । অসমৰ প্ৰায় সংখ্যক বিশিষ্ট শিল্পী-সাহিত্যিকৰ সঁহাৰি তথা সমৰ্থনত ঐতিহ্য সংৰক্ষণ সমিতিয়ে অতি সফলতাৰে ব্ৰঞ্জৰে নিৰ্মিত এই মূৰ্তিৰ ঐতিহ্য ঘূৰাই অনাৰ ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰে। উল্লেখযোগ্য যে, ১৯৪৬ চনৰ নোৱাখালিৰ যুদ্ধৰ সময়ত মহাত্মা গান্ধীৰ আগমনৰ ভংগীমা শিল্পী ৰামকিংকৰ বেইজে অতি নিখুঁটভাৱে প্ৰতিফলিত কৰিছিল।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
4 তথ্য পোৱা গ’ল