You don't have javascript enabled. Please Enabled javascript for better performance.

নগাঁও জিলাৰ হাতীচোং মৌজাৰ ৰাইজে কৃষিকৰ্মেৰে দেখুৱাইছে উন্নয়নৰ বাট

Start Date: 18-01-2020
End Date: 31-01-2023
নগাঁও জিলাৰ হাতীচোং মৌজাৰ গছপূৰীয়া গাঁৱৰ ৰাইজে প্ৰায় ২০০ বিঘা মাটিত সৰিয়হ খেতি আৰু ৫৫ বিঘা মাটিত মচুৰ মাহৰ খেতিৰে অঞ্চলটোৰ ৰাইজে কৃষিকাৰ্যত এক নতুন জাগৰণৰ সৃষ্টি কৰিছে। ভাৰতীয় কিষাণ সংঘৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ সহযোগত বিভিন্ন কৃষি প্ৰশিক্ষণৰ যোগেদি অঞ্চলটোৰ ৰাইজ কৃষিকাৰ্যত নিয়োজিত হৈ আছে। ইয়াৰ লগতে আত্মসহায়ক গোটৰ ১০ গৰাকী মহিলাই ১৮ বিঘা মাটিত মচুৰ মাহৰ খেতি কৰি মহিলা সৱলীকৰণৰ এক গুৰুত্বপূৰ্ণ দিশ মুকলি কৰিছে। সমূহীয়া কৃষিকৰ্মৰ যোগেদি ৰাইজে কেনেধৰণে উল্লেখযোগ্য সফলতা লাভ কৰিছে গম লওঁ আহক।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল