You don't have javascript enabled. Please Enabled javascript for better performance.

অসমৰ ঐতিহ্য সংৰক্ষণত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ভূমিকা

Start Date: 17-06-2019
End Date: 30-06-2022
অসমৰ ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে গুৱাহাটীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ে। এই সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছিল কামৰূপ অনুসন্ধান সমিতিৰ দ্বাৰা আৰু ১৯৪০ চনৰ ২১ এপ্ৰিল তাৰিখে অবিভক্ত অসমৰ ৰাজ্যপাল ছাৰ ৰবাৰ্ট ৰেইডে ইয়াক মুকলি কৰিছিল। ১৯৫৩ চনত এই সংগ্ৰহালয় অসম চৰকাৰৰ শিক্ষা বিভাগৰ সংগ্ৰহালয় আৰু প্ৰত্নতত্বৰ অধীনলৈ অনা হৈছিল। অসমৰ বিভিন্ন সময়ৰ ইতিহাস আৰু ঐতিহ্য সঠিক ৰূপত উপস্থাপন আৰু সংৰক্ষণৰ দিশত এই সংগ্ৰহালয়ে কাম কৰি আহিছে। আহক অসমৰ এক অমূল্য সম্পদ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কিছু কথাৰ গম লওঁ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
4 তথ্য পোৱা গ’ল
692140

JAYANTA TOPADAR 3 বছৰ 11 হিচাপপূৰ্বে

असम के इतिहास को सजीव रखता ये संग्रहालय... आनेवाली पीढ़ी-दर-पीढ़ी अपने ज्ञान भंडार को और उन्नत कर पाएगी। धन्य हो ...!!!