You don't have javascript enabled. Please Enabled javascript for better performance.

অভিৰুচি ক্ৰীড়া দিৱস' উপলক্ষে ভোগেশ্বৰ বৰুৱাদেৱৰ এটি বিশেষ সাক্ষাৎকাৰ

Start Date: 08-09-2020
End Date: 30-09-2023
নামৰ খেলিমেলিৰ বাবেই অসমবাসীয়ে এমাহলৈ গম পোৱা নাছিল ভোগেশ্বৰ বৰুৱাদেৱৰ অৰ্জুন বঁটা লাভৰ খবৰ। পাছত কেনেদৰে 'অৰ্জুন বঁটা' লাভৰ খ্যাতি বিয়পি পৰিছিল? শুনো আহক তেখেতৰ মুখেৰেই বহু নজনা কথা। ওপজা দিন 'অভিৰুচি ক্ৰীড়া দিৱস' উপলক্ষে মাই গভ অসমৰ সৈতে ভোগেশ্বৰ বৰুৱাদেৱৰ এটি বিশেষ সাক্ষাৎকাৰ
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
8 তথ্য পোৱা গ’ল
150230

Jyotiska boruah 2 বছৰ 12 হিচাপপূৰ্বে

অসম তথা দেশৰ মানৱ সম্পদ স্বৰূপ ভোগেশ্বৰ বৰুৱাৰ বিষয়ে এনে এক প্ৰেক্ষাপট সংযোজন কৰাটো এক আদৰণীয় পদক্ষেপ ৷