You don't have javascript enabled. Please Enabled javascript for better performance.

ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে গুৱাহাটীৰ সুবিধাজনক ঠাই নিৰ্বাচন?

Start Date: 21-08-2017
End Date: 28-08-2017

প্ৰতিগৰাকী নাগৰিকৰ দেশৰ প্ৰতি ভালপোৱাৰ স্পৃহা জগাই ৰাখিবৰ বাবে ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰতিগৰাকী নাগৰিকৰ দেশৰ প্ৰতি ভালপোৱাৰ স্পৃহা জগাই ৰাখিবৰ বাবে দেশৰ বিভিন্ন ঠাই যেনে আট্টাৰ, ৰাঁচী, হায়দৰাবাদ, কটক, ৰায়পুৰ, দিল্লী, লক্ষ্ণৌ, পুণে, ফৰিদাবাদ আদিৰ দৰে এখন বিশাল আকৃতিৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পৰিকল্পনা কৰা হৈছে।

অসম চৰকাৰে মাই গভ অসমৰ যোগেদি পতাকাখন গুৱাহাটীৰ কোনটো ঠাইত উত্তোলন কৰিলে সকলো দিশৰ পৰা সুবিধা হ’ব সেই সম্পৰ্কে নিজৰ পৰামৰ্শৰ আহ্বান কৰিছে।

সকলো মন্তব্য
Reset
19 তথ্য পোৱা গ’ল
4350

Jugal Mahanta 6 বছৰ 7 হিচাপপূৰ্বে

Should be hoisted at a point,which has the potential to become tourist destination. in Hyderabad its in Hussain Sagar Lake.And there are nearly 10 big parks in that area.
An artificial island in Deepor Beel.If Green Tribunal Allows.And then boat for tourist and over all converting Deepor Beel place to visit in Guwahati.Ummanand is already good,Bhangar Tower is a college area so i feel a area which is not develop should be selected