You don't have javascript enabled. Please Enabled javascript for better performance.

এক বহনক্ষম পৰিৱেশ গঢ়াৰ দিশত জনসাধাৰণৰ মতামত আহ্বান

Start Date: 30-05-2018
End Date: 30-06-2018

আমাৰ পৰিৱেশত উপলব্ধ সম্পদ সমূহৰ এক উচিত আৰু মিতব্যয়ী ৰূপত ব্যৱহাৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আমাৰ পৰিৱেশত উপলব্ধ সম্পদ সমূহৰ এক উচিত আৰু মিতব্যয়ী ৰূপত ব্যৱহাৰ হোৱাটো জৰুৰী, যিয়ে এই সম্পদ সমূহক আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে ব্যৱহাৰৰ উপযোগী কৰি ৰখাত সহায় কৰে। এই সম্পদ সমূহ ভৱিষ্যতে তেতিয়াহে উপলব্ধ হৈ থাকিব, যেতিয়া আমি বনজ সম্পদসমূহ ভালদৰে সংৰক্ষণ কৰি ৰাখিব পাৰো। পৰিৱেশ অনুকূল বিভিন্ন সামগ্ৰীৰ ব্যৱহাৰে আৰু প্লাষ্টিকজাত সামগ্ৰীৰ ব্যৱহাৰ বৰ্জনে পৰিৱেশ সুৰক্ষিত কৰি ৰখাত সহায় কৰে।

‘মাই গভ্ অসম’-য়ে জনসাধাৰণৰ পৰা এখন বহনক্ষম ধৰা গঢ়াৰ দিশত নিজৰ মতামত দাঙি ধৰিবলৈ আহ্বান জনাইছে, যিয়ে আমাক ভৱিষ্যতৰ বাবে এখন সেউজ পৃথিৱী গঢ়াত অৰিহণা যোগাব।

সকলো মন্তব্য
Reset
19 তথ্য পোৱা গ’ল
2410

Dhrubajyoti Kalita 5 বছৰ 10 হিচাপপূৰ্বে

৪)বৈচিত্ৰ্য দিৱস বা বিশ্ব পৰিৱেশ দিৱস সকলো পঞ্চায়ত পৰ্যা্য়ত পালনৰ বাবে ব্যৱস্থা কৰিব লাগে।
৫) পঞ্চায়তৰ সকলো প্ৰতিনিধিৰ বাবে পৰিৱেশ সংৰক্ষণ বিষয়ক বাধ্যতামূলক চমু কৰ্মশালা আয়োজন কৰিব লাগে।
৬) গাঁও পঞ্চায়ত পৰ্যায়ত জীৱ-বৈচিত্ৰ নিৰীক্ষণ, সজাগতা আৰু সুৰক্ষা গোট গঠন কৰিব লাগে।

2410

Dhrubajyoti Kalita 5 বছৰ 10 হিচাপপূৰ্বে

১) অসমৰ প্ৰতিখন শিক্ষানুষ্ঠানত স্থানীয় জীৱ-বৈচিত্ৰৰ তথ্য সংগ্ৰহ, সংৰক্ষণ আৰু আদান-প্ৰদানৰ কেন্দ্ৰ কেন্দ্ৰ গঢ়ি তুলিব লাগে।
২) শৈশৱৰ পৰাই স্থানীয় পৰিৱেশৰ লগত সংগতি ৰাখি বহনক্ষণ উন্নয়ন বা জীৱিকাৰ বিষয়ে শিক্ষা দিয়াটো নিশ্চিত কৰিব লাগে।
৩)প্ৰতিটো পঞ্চায়তৰ একোটা ক্ষুদ্ৰ জলাশয় বা হাবি-বনক সমূহীয়া সংৰক্ষিত বননি বা জলাশয় ৰূপে স্থানীয় ৰাইজৰ সহযোগত গঢ়ি তুলিব লাগে।

2780

Poonam Damani 5 বছৰ 10 হিচাপপূৰ্বে

We should use non woven carry bags more than plastics bags as non woven bags are reusable, photo-degradable and also cheaper as compared to other alternatives for plastic.And as compared to paper bags, the process of making non woven carry bags is much easier and better for the environment. There is no cutting of trees involved. The administration should promote non woven bags as much as possible.

540

pranjal kalita 5 বছৰ 10 হিচাপপূৰ্বে

My suggestion is use of banana fiber instead of plastic. Banana fiber products are ecofriendly and cheap enough. In Australia, Egypt, Philippines they are already using it. Me and my friend are doing research in it about establishing a company in Assam. We are close enough now. If JANATAR SARKAR help us with little more push, then we will able to establish a revolutionary industry in ASSAM.

Thanks & Regards
Pranjal Kalita
8761916542