Discover Assam
- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- Creative Corner
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
স্বচ্ছতাৰে জিলিকি উঠা আপোনাৰ পৰিচিত অঞ্চল অথবা গাঁওখন
Start Date: 20-03-2020
End Date: 30-04-2020
Cleanliness and proper hygiene are at the base of a healthy society. With clean surroundings, one can ensure a sound body and a healthy environment. ...
Hide details
PROSHANTA PURKAYASTHA 3 years 12 months ago
সুন্দৰ পদক্ষেপ।
Jyotiska boruah 4 years 4 days ago
ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া জয়পুৰ অঞ্চলৰ কছাৰী পথাৰত তেনে ব্যৱস্হাপনাৰ এক সুন্দৰ পৰিৱেশ গঢ়ি উঠিছে ৷
Jyotiska boruah 4 years 4 days ago
নাহৰকটীয়া অঞ্চলৰ জয়পুৰ কছাৰী পথাৰ গাঁও খনত তেনে এক পৰিৱেশে বিৰাজ মান হৈ আছে ৷প্ৰতিঘৰৰ পদূলিৰ ৰাস্তাৰ দাঁতিত দাচবিনৰ ওপৰিও ফুলেৰে সজ্জিত টাৱ, বিভিন্ন ধৰনৰ গছপুলি ৰোপনকে ধৰি বিভিন্ন প্ৰচেষ্টাৰে গাঁওৱাসী সজাগতাৰ পৰিৱেশ গঢ়িছে ৷
Sujit Kumar Panda 4 years 1 week ago
Good initiative from state govt...keep it Up
Biswajit Khound 4 years 1 week ago
আমাৰ গাৱৰ পৰিবেশ যথেষ্ট ভাল । যথেষ্ট গছ গছনি আছে । লক দাউনৰ সময়ছোৱা ঘৰতে কটালো । গাৱলীয়া সমাজ বাবে অনবৰতে ঘৰৰ ভিতৰতে সোমাই থকা সম্ভৱ নহয় । গৰু -গাই চাব আৰু ঘাহ পানী যোগান ধৰিব লাগে । কিন্তু সেইবুলি মহামাৰীৰ ভয়াবহতা উপলব্ধি নকৰাকৈ থকা নাই । নিজৰ পৰিয়ালৰ লগতে চুবুৰিৰ মানুহ খিনিক এই বিষয়ে সজাগ কৰাৰ লগতে লৱ লগা সাৱধানতাৰ বিষয়ে অৱগত কৰাইছো । ৩০-০৩-২০২০ তাৰিখে গাৱৰ ৫০টা চাহ জনগোষ্ঠীৰ পৰিয়ালক আৰু কেইজনমানৰ সহযোগত খাদ্যবস্তু যোগান ধৰিলো । প্ৰতিমূহুত্ত্তে সজাগ হৈ থাকিলো আৰু আনকো সজাগ কৰি থাকিলো ।
Mridu Pawan Bhuyan 4 years 2 weeks ago
মই আমাৰ ঘৰত লক্ ডাউন ৰ সময় ত ৫জোপা গছ ৰুইছো।আৰু ঘৰৰ চাৰিওফাল পৰিষ্কাৰ কৰিছোঁ।
RAKIBUL HOQUE 4 years 3 weeks ago
বড়াইবাৰী ডেভোলপমেন্ট ছোছাইটিৰ তৰফৰ পৰা এটা বিষেশ অনুৰোধ যে আমাৰ গাওঁখনত পথ একেবাৰে েবয়া সেয়ে আমি চৰকাৰৰ অনুৰোধ জনায় আৰু বিহিত ব্যৱস্থা লয়i
vill-Balapara pt-1(Boraibari) PO-Sapatgram,Dist-Kokrajhar Pin-783337
president mob no-9127258549
ZIYAUL KARIM CHOUDHURY 4 years 3 weeks ago
আমাদের কামালপুর ইউনিয়ন ক্লাবের পক্ষ থেকে কামালপুর গ্রামের সাধারণ মানুষের জলের অনেক সমস্যা G.P থেকে ও কোন helps করে না তাই আমাদের ক্লাবের কমিটি পক্ষ থেকে অনুরোধ জে এই গরিব মানুষ দের জলের বিষয়ে সরকারের কাছে আমাদের অনুরোধ কিছু একটা করার জন্য vill-kamalpur P.O jalalnagar TE pin 788712
Block south KARIMGANJ
P.S & dist.karimganj Assam
CLUB president mo no 9365990570
Arif khan 4 years 3 weeks ago
ছাৰ অনুগ্ৰহ কৰি আমৰ গাঁও ৰ দিন হাজিৰা কৰি খোৱা মানুহ বোৰক অলপ সহায় থাকিল। জিলা মৰিগাঁও গাঁও দলবাৰী ডাকঘৰ শলমাৰী পিন 782104 Contect 7002978450
ZIYAUL KARIM CHOUDHURY 4 years 3 weeks ago
আমাদের কামালপুর ইউনিয়ন ক্লাবের পক্ষ থেকে অনেক বার করিমগঞ্জ পেট্ট লিংক এর মাধ্যমে helps চাইলে অরা আশে না